সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

xe ব্যথাৰ RI

ছিল। এনেকৈ x পণীবব বুলি ভবা নাছিল। লাজে তাইক আগুৰি ধাঁৰলে, যাবলৈ চেষ্টা কৰিও নোরাণৰলে। তাইৰ অসংযত চুলিৰ দ'ম, ভার বিহ্বল চকু যুৰি আক Bey যৌৱনৰ অতুলনীয় সৌন্দধ্যত পবীনৰ প্রাণ মতলীয়া হৈ উঠিল। চাকিৰ ক্ষীন পোহৰন্ভ তাই মুখৰ কান্তি আৰু দেহৰ লাৱণ্য যেন আৰু ved ofA সি তাৰ প্রাণৰ উচ্ছাস আগুৰি ৰাখিব নোৱাৰ৷ হ’ল। তাইক টাণীন আনি একেবাৰে কাবত বহুৱাই ললে |

Seg অন্তৰ খনত এটা কঁপনি উঠিল। তাৰ চকুৱে মুখে তাই যেন হিংহুভাৱ দেখিবলৈ পালে। ভীতা হৰিনীৰ দৰে তাইৰ অরস্থা হ’ল। তাই বৰ উচ, পিচ. লগালে। হঠাত পবীনৰ হাতৰ বান্ধটো অলপ টিলা হোরা যেন পাই তাই খপকৈ উঠি svar পবীনে হাত মেলি তাইৰ গাত থকা কাপোৰ খনৰ মুৰটো ধৰি পেলালে ৷ TRI মাজত টান| আজোবা লাগিল।

এৰি, দিয়ক, এবি দিয়ক” বুলি তাই বাৰে বাৰে মিনতিৰ