সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ TAI ২৩

আজি তাইৰ আন্তবধন অস্থিৰ হৈ উঠিল। পবীনৰ হিয়াৰ পৰবশ পা সি যে তাইৰ পক্ষে ক্ষাণকৰ অতিথি । fase জাতি মান খেদাই লি যে ভাইক গ্রহণ কৰিব নোৱাৰে এই কথা ভাই বুজে। কিন্তু তথাপি কিয় যে এই অসম্ভৱ কথাটো Peete পবা আতৰ কৰিব নোৱাৰে তাই কব নোৱাৰে। নোপোৱাৰ প্ৰেনতে৷ যে মানুহ বলীয়া হবপাৰে তাই না- গানে! তাই মাত্র দোষ দিয়ে নিজৰ অবুজন মনক আৰু তাইৰ দুভাগ্যক । এনেকৈ থকা তাইৰ পক্ষে কেতিয়াবা সহ্য হয় । পৰীনৰ esas শন্তবব কথাখিনি কবৰ তাই

ইচ্ছা কৰে। সেই ইচ্ছাই বছুতে৷ সময়ত তাইৰ মনক জুৰুলা কবে, কিন্তু তথাপি কোনো দিনাও এটি কথ! তাইৰ নাৰীৰ আন্তবেদিনা ঠিৰিদিনেই পুৰুষৰ ওচৰত আচে আছে, তাইৰো থাকে | এনেকৈ ভাব থাকোতে চকুলোৱে গাল দুখন তিয়াই দিলে। লাহে লাহে গধূলিৰ আন্ধাৰ আত পবিচিতৰ দৰে ঘৰত শদোমাল। বাহিৰলৈ ওলাই আহি নীলা আকাশ খনতু দেখা পালে দ্োনৰ HPs, তাইৰ মনটো! পাতলি আহিল।

ৰাতি খোৱা লোৱাৰ পিছত পৰীনে অৰুণাৰ লগত তেওঁলোকৰ ora shasta sal হবৰ ইচ্ছা কৰিছিল | সি ভাবিছিল অৰুণাৰ আগত তাৰ মণৰ গোপন কথাটো খুলি ee অপ্রকাশৰ অব্যক্ত বেদনা সি আৰু ভূগিব নোৱাৰে ৷ fez sistem কিহত fae ঠিক বুজিব নাপালে। অৱ-

মুখৰ পৰা ওলাই