সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

RQ ব্যথাৰ TTI

কৃত্রিম কোপ দেখুৱাই তাৰ ফালে কেৰাহিকৈ চাই তাই কলে, “যাক গৈ আপুনি কলৈ wal”

“থিক হল corer আপত্তি নাই তো ?”

তাই একো উত্তৰ নিদিলে । লাহেকৈ আলমাৰীৰ আঁৰত লুকাল। সিও আৰু একে! কব নোৱাৰিলে, ওলাই গুচি গ'ল।

ক্ষন্তেকীয়া আনন্দৰ উত্তেজণাখিনি লাহে লাহে কমি আহিল। অৰুণা বিছনাত বাগৰদি সৰু আয়ন৷ খনেৰে মুখ- খন চাই আছে। মনে কিন্তু তাইৰ চোৱাৰ কামত সহায় কৰিবলৈ এৰিলে | হাতৰ আঙ,লি বোৰোষযেন অৱশ হৈ আহিল । আয়নাখন হাতৰ পৰ! সোলকি পৰিল | তাইৰ অন্তৰৰ পৰা এটি দীঘল ভুমুনিয়াহ ওলাই আগীহল ! হঠাৎ যেন জীৱনৰ বোজাটে| তাইৰ ওচৰত বৰ গধুৰ হৈ উঠিল। আদীদৰ এই wend frome শেষক’ত তাই ভাবিয়ে ওৰ নাপায়। একোবাৰ ভাবে এই সামান্য ধেমালীবোৰৰ নো ভাই কিয় গভীৰ অর্থ বিচাবে। এই সবল আনন্দৰ ঢৌবো- বত তাই সহজভাৱে গ্রহণ কৰিব নোৱাৰে জানো ? তেনেকৈ ভাবি লবৰ চেষ্টা কৰিও তাই বিকল হয়। মাজে মাজে অহ। এই আনন্দৰ ডোখৰ বোৰে তাইৰ আন্তবত জগাই তোলে এক অপূৰ্ব আগ্রহ, আকুল কামন|। তাই কিন্তু আৰু কিবা কিবি fora । medina সলনি তাই বিচাৰে যুগমীয়া, তাই বিচাৰে স্থায়ী । অপর্ণতাৰ হাহাকাৰত ভাই TASS কৰে অস্থিৰতা |