ব্যথাৰ Br ১৯
aye আৰু প্রতিভ৷ কেতিয়াও বংশগত বা বর্গগত হৈ নাথাকে ৷ সামান্িক সত্যৰ বেলিকাও সেই একেয়ে কথা । এইবোৰ ভাবি যি আকৌ qlee হয়৷ তাৰ সঙ্কল্প অটল হৈয়ে থাকে |
লগতে সি অকণাৰ ভাৱগতিবোৰ লক্ষ্য কৰে। মাজে মাজে যেন পি তাইৰ মন্ৰ ভাৱবোৰ ভালকৈয়ে বু পায়। আকৌ একোটি কথাতে কেতিয়াবা তাৰ সিদ্ধান্তত খেলি মেলি লাগি যায়। তাইৰ মনটো! ধৰা দিও যেন নিদিয়ে । তাই থাকে তাৰ ওচৰত বহস্যৰ কুৱ'লী হৈ। যৌৱনৰ পৰ- শৰ লগে লগে তাই যেন বেচি জটিল হৈ উঠিছে। বোধ কৰো! যৌৱনে চৰিত্ৰত জটিলতাৰ সৃষ্টি কৰে, সি ভাৱে । একোণীদনা সি তাইৰ লগত একেবাৰে খোল! খুলিকৈ কথা হবৰ ইচ্ছা কৰে, কিন্তু নোরাৰে । কিয় যে নোৱাৰে, কি যে হুৰ্ব্বলত৷ মনলৈ আহে Pe af নাপায়। প্রেমে যেনেকৈ মানুহৰ অন্তৰত সাহ, আশা, আনন্দ দিয়ে, লগতে এবিধ দুৰ্ব্বলতাও আনি Tec |
fafen ats পুৱাৰ পৰাই অকণান প্রতি কথাতে হাহি আক tare) তাইৰ ধেমেলীয়া কথাবোৰে যেন পবীনক কিব৷ এক অজ্জানিত সঙ্কেত দি যায়। তাইৰ ভৰি উঠ. যৌৱনৰ আৱেগত সিও পুলকিত হৈ উঠে। সিদিনাৰ ৰ'দ বোৰো যেন তাৰ ওচৰত মঠ লাগে, দিনটো বৰ ভাল লাগ উঠে এই ধুনীয়া ছুনীয়াখলৰ কাৰণে