সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৪ ব্যথাব স্থৰ

অশান্ত হৃদয়ৰ এই calif ভাবত বাইৰণৰ কথা পাহাৰয়ে গলৌ। কোন পিনেদি যে গৈ আছে তাৰো ঠিক নাই । হঠাৎ এটি শব্দ শুনি চক খাই উঠিলে।। চকু ছুটা মৌল চাওঁ যে চাৰিওফালে পোহৰ আক মই এই পুৰণি পৃথিবীখনতে মোৰ বিছনাত শুই আছো ৷ ঘবৰ কোণত থক| কাপ প্লেট,বোৰৰ ওপৰত মেকুৰী এটা জপি- য়াই পৰিছে Tee সরিতাৰ কথাবোৰ এতিয়াও কাণত যেন বাজি আছে । তাইৰ উপলুঙা হাহিসনা মুখখন যেন চকুৰ আগত ভাহি উঠিল। স্বৰ্গৰ পাৰিজাত ফুলৰ গোন্ধত এতিয়াও যেন চাৰিও ফাল আমোল মোলাই আছে। কিন্তু অন্তৰত বাজি উঠিছে এটি ব্যথাৰ gq) আচৰিত হৈ ভাবিলে, ই সপোন, নে দিঠক! জীৱনটো এক বিবাট

ৰহস্য যেন বোধ হ’ল।