২২২ ব্যথাৰ Bs
সেই শেষ কথাযাৰিয়ে মোক ইমান দিনে stem দি আহিছে | মোৰ এনে প্রেমৰ এই পৰিণতিত আজি বব মৰ্ম্মাহত Bait |”
মোৰ আবেগপুণ কথাব উত্তৰত তাই এটি মিচিকিয়| হাহি মাৰি কলে, “অ’এতিয়া মনত Pace | আপোনাৰ চেহেৰাৰ বহুতীখনি পৰিবৰ্ত্তন হোৱা গতিকে চিনিব পৰা নাছিলে । পৃথিবীৰ সক-স্থুবা কাহিনীবোৰ তিমান মনত নাথাকেও | আকৌ, যৌৱন কালৰ চঞ্চল আনন্দবোবত আমি সিমান মূল্যও নিদিওঁ ৷ অতীতৰ বিশেষকৈ--অতীত জীৱনৰ ঘটনাবোৰৰ জানে| কিবা মূল্য আছে ? সেইবোৰ জানিবা খন্তেকীয়| ধেমালি |”
তাইৰ প্রত্যেকটো কথায়ে মোৰ অন্তবত শেল Paw দিলে | মোৰ যতনে বঢ়াই তোলা আশাৰ পুলিটি যেন তাই নিষ্ঠুবভারে কাটি বগবাই দিলে ! মোৰ সোণৰ সপোন খন্তেকতে মবীচিকাত পৰিণত হ'ল । এই আঘাত সহা কৰিবলৈ বৰ টান পালে ৷ ব্যর্থতাৰ বেদনাত অন্তৰখন ভাগি পৰিল। মৃুটো যেন ঘূৰাব ধৰিলে । কি কৰিম -একো ঠিক কৰিব নোৱাৰি আকৌ মিনতিৰ gae কলো, “সবিতা, সৱিতা, মোৰ প্রাণৰ বিয়োট্রচ ! তুমি মোক এনেকৈয়ে নিঠুৰ আঘাত দিলা নে 1 এতিয়াও এবাৰ কোৱা তুমি মোক ভাল পোৱা ৷ তুমি বাৰু পৃথিবীত থাকৌতে মোক ভাল পোৱ| নাছিল৷ নে ?