সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্মৰ ২২১

সম্বোধনত তাইৰ মুখৰ স্বাভাবিক হীহি মুখতে বিলীন হৈ গ’ল ৷ তাই এটি নমস্কাৰ দি অলপ দূৰৈত এখন চকিত বহিল । মোৰ প্ৰেমৰ উত্তপ্ত তৰঙ্গত যেন কোনোবাই হঠাতে বৰফ ঢালি দিলে । মই বজ্কাহতব দৰে হলো ৷ দীর্ঘ বিৰহৰ পিছত প্রথম মিলনৰ এয়ে আচৰণ নে? তাইৰ ফালে চাই কিবা কব খোজেতে তায়ে মাত লগালে ৷ “অ’ তেখেতে কলে মোৰ এজন বন্ধু অহা বুলি । পিছে, মই আপোনাক ভালকৈ চিনিব পৰা নাই ৷ কৰবাত দেখা দেখা যেন লাগে | আপুনি পৃথিবীৰ পৰা আজিয়ে আহি পালে হবলা ?”

তাইৰ কথাবোৰে যেন মোৰ মনটোৰ ওপৰত খুবমতে Tea মাৰিলে | কৰবাত দেখ! দেখা যেন মনত পৰে! উঃ নাবী ! এই তোমাৰ প্রেম ! ভাবি স্তব্ধ হৈ গলে৷ ৷ মুখেৰে মাত নোলোৱা হ'ল | তথাপি বৰ কষ্টেৰে নিজক শান্ত কটৰ কলে, “ইমান সহজেই তুমি মোক পাহৰিলা নে, সরিতা ? পৃথিবীত থাকৌতে vires প্রিয়সী বিয়ো্রচৰ নাম অনুসৰি ময়ো তোমাৰ নাম বাখিছিলে বিয়োট্রচ । সেইবোৰ কথা আৰু আমাৰ দুয়োৰো গভীৰ প্রেম আজ এনেকৈয়ে পাহৰি গ’ল৷ নে ? মই যে আজিও পৃথিবীত তোমাৰ বিৰহত প্রেমবলীয়া হৈ আছে| । তোমাৰ স্মৃতি বুকত সাবটি লৈয়ে মই যে আজিও সংসাৰী হোৱ| নাই। gta যে স্বৰ্গলৈ আহি মোৰ কাৰণে ৰৈ থাণীকবা_ তোমাৰ