সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্ব ২১৭

“তেওঁলোকে নো মনৰ আচল কথাটো জানিব দিব নালাগে নে ? ভাল পোৱা স্বত্বেও যদি কিবা কাৰণত মিলিত হব নোৱাৰে, তেতিয়া অন্তৰৰ কথাটো জানিব Tate প্ৰেমিকে এীবধ শান্তনা পাব পাবে । ভাল নাপালে আত্ম প্রকাশ কবি সঙ্গত্যাগ কবায়ে ভাল ৷ ফেণীৰ পক্ষে কর্তব্য afer নিজৰ মনব কথাটো ভালমতে খুলি কৈ কীটউৰ লগত সমস্ত সম্পর্ক ছেদ কৰি দিয়া ।”

“এনে কৰাটে| অৱশ্যে ভাল, কিন্ত তাপ পৃথিবীত বার্থতাৰ বেদনা থাকি যাব । ইয়ালৈ আহোতে Tea মানুহে বেদনাবোৰ লগতলৈ নাহে | ব্যর্থতামূলক অনুৰাগ ইয়াত নাই 1”

এইবোৰ আলোচনাৰ মাজতো মোৰ কিন্তু aaa কথাটো লৈহে ঘনে ঘনে মনত পাৰ আছে । সৱিতাই জানো মোৰ কাৰণে ৰৈ আছে ? শীনশ্চয়তাৰ ভার মনৰ পৰা আতৰি গ’ল ৷ তাইৰ পাধিব জীৱনৰ প্রেম যাঁদ আচল প্রেম নহয়, মাত্র খন্তেকীয়| মোহ আৰু তাৰে ফলত তাই যদি ইয়াত মোৰ কাৰণে ৰৈ থকা নাই, তেনেহলে ? --মই আৰু ভাবিব নোৱাৰা হলে! [ এতিয়াই যেন তাইৰ ওচৰলৈ গৈ' আচল কথাটো জাশীন লম, এনে ভাৱ হ’ল | অন্তৰত বৰ অস্থিৰতা অনুভৱ কাঁৰলে।। নাৰীৰ প্রেমে এনেকৈয়ে পুৰুষক জুকলা কৰে ! TS মুহূর্তে আশা আক নিবাশাৰ হেন্দোলদোপ ! বাইৰণৰ