সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ সুৰ ২১৫

চিবীমলন । আপুনি বোধকৰেঁ| জানব পাৰিছে বর্তমানে মেৰীয়েই মোৰ সহধাৰ্ম্মনী 1”

“এৰা, মই তেওঁৰ পৰাই জানিব পাৰিছোঁ । কিন্ত ইয়াতে মোৰ এটি প্রশ্ন আছে ৷. ঘি ক্যাবোলিনে আপো- ait প্রেম পাবলৈ বলীয়| হৈছিল, তেওঁক গ্রহণ নকৰি কিয় মেবীক গ্রহণ কৰিলে ? পৃথিবীত আপুনি যাক পোৱা নাছিল, ইয়ালৈ আশীহ সেই জনীক পালে, কিন্তু যিজনীয়ে আপোনাক পোনা নাছিল সেইজনীয়ে যে ইয়াতো বঞ্চিতা হৈ থাকিল ! পুর্ণীথবীৰ দৰে ইয়াতো নাৰী বঞ্চিত| বা অবহেলিতা নে ?”

মোৰ প্রশ্নৰ উত্তৰত তেখেতে কৈ গ'ল, “অপূর্ণ বাসনাৰ বেদনা ইয়াত কোনেও ভোগ নকৰে ৷ ক্যাৰোঁলনে বাস্ত- রিকতে মোক ভাল পোৱা নাছিল ৷ তেওঁ ভাল পাইছিল মোৰ যৌরনক আক মোৰ মতবোৰক ৷ তেওঁ বিচাৰিছিল এক মুক্ত জীৱনৰ লীলাময় অবাধ গতি ৷ ats জীৱনৰ শেষছোরাত মোৰ পুতি তেওঁৰ gine ওপণীজাছিল 1 মেৰীৰ কিন্ত হৈছিল ঠিক বিপৰীত | শেষ Stes তেও মোৰ কাৰণে বৰকৈ, অনুভৱ কাঁবছিল coda প্রতি মোৰো অনুৰাগ কোনো দিন| কম| নাছিল ৷ সেইবাবে আমাৰ দুয়োৰে! আকাঙ্জা ইয়াত পূর্ণ হ’ল | প্রৃথিবীৰ প্ৰেমাভিনয়- বোৰত কিমানখিনি সত্যতা থাকে সি ইয়াত ভালকৈ নিৰ- পিত হয় ৷ পৰস্পৰৰ প্রীত পৰম্পৰৰ অনুৰাগ থাকিলে