সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১২ ব্যথাৰ সুৰ

আধাঘণ্টামান ীপছতেই তেখেতৰ gay বাসভৱন পালোহি | এক উপবনৰ মাজত কাককার্ধ্য শোভিত এক বিশাল প্রাসাদ | গছে, লতায়ে, ফুলে, ফলে, বিবিধ বৰণৰ পোহৰে ই এক মায়াপুৰী যেন লাগিল ।

তেখেতৰ বহা খোঁটালীত সোমালে" | তেখেতে মোক বহিবলৈ আসন দেখুৱাই দি সাঁশ্রনীক কলে, “মেৰী, তুমি এখেতৰ লগত বহি কথা হোৱা । মই এতিয়াই ates |” এই বুলি তেখেত ভিতৰলৈ গ’ল। বাইৰণৰ মুখত মেৰী নামটো শুনি মই অলপ ates হৈ তেওঁৰ ফালে চাই হীহিলে ৷ তেওঁ লাজতে ৰঙা পৰি উঠিল ৷ ওচৰতে বহি তলমুৱা হৈ কমালেবে মুখখন ঢাকিলে। বোধকবেঁ তেওঁৰো হীহি উঠিছিল। অলপ আগতেই বেচ কৌশলেৰে আত্মগোপন কৰি তেওঁ নিজৰ অন্তৰৰ কথাখিনি কৈ পেলাইছিল | মই যে তেওঁলোকৰ আতথি হম, আৰু তেওঁৰ ফাকি যে ইমান সোনকালে ধৰা পৰিব তেওঁ হয়তো সপোনতে ভবা নাছিল। ময়ে প্রথমতে মাত লগাই তেওঁৰ সঙ্কোচ ভাঙি দিলে৷ । “আপোনাৰ বিষয়ে মই তেতিয়া কঠোৰ মন্তব্য প্রকাশ কৰিছিলে, ক্ষমা কৰে যেন |”

তেওঁ মূৰটো দাঙি সহজ ভাৱে কৈ গ’ল, “আপুন একে| অসত্য কথা কোৱা নাই ৷ পৃীথবীৰ মানুহৰ মনত তেনে ভাৱ হোৱাটো স্বাভাৱিক ৷”

তাৰ গীপছতেই তেওঁ অন্য কথা উলিয়ালে । বাইৰণৰ প্রিয়তমা, গীচৰ-যুরতী, অপূৰ্ব্ব aut মেৰী আৰু মই।