সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ BW ২১১

লগ পাওঁ---ইত্যাদি কথা ভাশীব গৈ আছোঁ৷ এনেতে তেখেতে মাত লগালে, “সভাৰ কামবোৰ ভালমতেই গ’ল, নহয় নে বাক 1” ‘এৰা, সভাৰ কাম বৰ ভালেই হ’ল ৷ আপোনাৰ কথাবোৰ মই আচলতে বৰ ভাল পাইছো ৷ বহুত "দন আগতেই পুথিবীখন এৰি আহিও, এসময়ৰ জন্মভূমিৰ কাৰণে যে আপোনালোকৰ atte ইমান প্রীতি, তাত বাস্তৱিকতে মুগ্ধ নহৈ নোরাশীৰ | ভাৰতবাসীৰ প্রাণত জন্মভূমিৰ কাৰণে এনে দৰদ থকাহেঁতেন 1”

“এনেতে তেখেতে আকৌ কৈ উঠিল, ‘অ’ এটি কথা ৷ ৰাতি ভালেখিনি হ'ল । আপোনাৰ থকা-মিলাৰ কিবা সুবিধ৷ আছে নে 2”

“সেই বিষয়ে মই এতিয়াহে চেষ্টা কৰিম বুলি ভাবিছো,” মই কলে |

“ভাল, আজি ৰাতিৰ বাবে আমাৰ অতিথি হোৱাত আপোনাৰ কিবা আপত্তিৰ কাৰণ আছে নে?” তেখেতে সুধিলে ।

তেখেতৰ প্রস্তাৱত মোৰ আনন্দ হ'ল | অচিনাকি ঠাইত এই ৰাতি আশ্রয় পোৱাৰ বাহিৰেও তেখেতৰ সঙ্গ মোৰ বৰ stay | মই আনন্দেৰে জনালে", “এৰাতিৰ কাৰণেও আপোনাৰ সঙ্গ লাভ কৰিব পাৰিলে মই নিজকে ধন্য মাণীনম |”

তেখেত আক তেখেতৰ সঙ্গিনী yal মোৰ উত্তৰত হাণীহলে | এই ভারে কথা বতৰ| পাতি আম গৈ থাকিলো।