সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১০ ব্যথাৰ স্থৰ

নোৱাৰো, কিন্তু নাৰীৰ বন্ধুত্বই প্রেম নহয় । সধাৰণতে, বন্ধুত্বই সীমা পাৰ হৈ প্ৰেমত পৰিণত হয় । কিন্তু সেইটো হয় মাত্র এজনকলৈহে | সেইবুলি অন্যান্যৰ লগত যি বন্ধুত্ব থাকে সি কৃত্রিম বা কপট নহয়, সীমাৰেখাৰ ভিতৰত থক! সি foe বন্ধুত্ব বাইবণ আছিল মেৰীৰ বন্ধু, প্রেমা- স্পদ নহয় আৰু সেইকথা তেওঁ বাইবণক জনাইছিল | প্রেমো কিন্তু দচৰস্থায়ী বস্তু নহয় । অৱস্থাৰ বিপখ্যয়ত অথবা! স্বাভাৱিকতে তাৰে| পবিবর্তন ঘটে । আজি যাক ভাল পোৱা নাযায়, কিছুকালৰ মূৰত হয়তো তাৰ কাৰণে প্রাণ Si উঠিব পাৰে। শেষ জীৱনত মেৰীৰে| হয়তো তেনে হৈছিল । সেইবাবে আজি ছুয়োৰে| মিলন সম্ভৱ হৈছে |”

ইয়াৰ ভিতৰতে সভাৰ কাম শেষ হৈ গ'ল | শীসদিনাৰ কাৰণে সভা ভঙ্গ কৰিলে | বাইবণ আমাৰ ওচৰলৈ আহি তেখেতৰ বান্ধবীৰ ফালে চাই কলে, “ব’লা যাওঁ ।” মোৰ ফালে চাই তেখেতে কলে, “আপুনি নেযায় নে ?” আটাই- কেইজনে অহা বাটেৰে আকৌ খোজ লঙ্লে | বাটত বিবিধ বৰণৰ চাকিবোৰ দেখিহে মনত ধাবণা হ'ল যে তেতিয়। নিশা কাল৷ fafa ভাৱৰ ঢউত বাগৰি থকা গতিকে কেতিয়া গধূলি পৰ পাৰ হৈ গৈছে গম্‌কে ধৰিব পৰা| নাছিলৌ!। বাইৰণৰ লগে লগে গৈ আছে৷ । মনত বহুতবোৰ ভাৱ । কেতিয়ানো তেখেতৰ লগত অকলশৰীয়াকৈ কথা হওঁ-- এই ৰাতিটো ক’ত কেনেকৈ কটাওঁ--সৱিতাক নো কেনেকৈ