সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্থৰ ২০৯

এজনী তিবোতাৰ কাৰণে একে সময়তে ছুই তিনিজন পুৰুষো বলীয়া হব পাৰে | কিন্তু সেইবুণীলয়ে তিৰোতা জনীয়ে তনোজনকে সমানে ভাল পাব নে? হয়তো তাই সেই তিনি- জনৰ এজনকো ভাল নাপাব পাৰে। ভাল পোৱাটো হৃদ- য়ৰ S| মেৰীৰ হাদয়ে যদি সেই সময়ত কোনোমতে বাইৰণক আপোন কৰি লব নোৱাৰিলে, সেইবাবে মেৰীক দোষ দিব নোৱাৰি ৷ মেৰীয়ে বাইৰণৰ অগাধ প্ৰেমৰ কথা জানিছিল, নিজব অন্তৰকে| বুজাবৰ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। প্রেম এক বুজিব নোৱাৰা ৰহস্য। পুথিবীত কোনে কাক. ভাল পাব Ta কথা বুদ্ধি বিবেচনাৰে জানিব নোৱাৰি । ই এক অনুভূতি সনা অন্তৰৰ গোপন বাতৰি। তাৰ" সন্ধান কেতিয়াবা ক্ষণিকতে মিলে, কোঁতয়াব| পলমে আকৌ কেতিয়াবা ?'নমিলেয়ো ৷ এই কাৰণেই পৃথিবীত প্ৰেমৰ বাজ্যত হাহাকাৰ, চিৰ অশান্তি ৷

তেওঁৰ কথাখিনি বৰ ভাল লাগিল। আমাৰ ওচৰত বেচি মানুহ নথক| বাবে আক সক সককৈ কথা কোৱা গতিকে আমাৰ আলোচনাত বাধা নপৰিল । মই তেওঁক আকৌ প্রশ্ন কৰিলে৷ । “তেনেহলে বাইবণৰ লগত মেৰীৰ বন্ধুত্ব আৰু মেৰীয়ে দিয়া উপহাৰবোৰৰ মূলত কোনো an আন্তৰিকতা নাছিল ? আছিল মাত্র কপটতা অথবা পুৰুষৰ চিত্ত লৈ নাৰীয়ে কৰা ধেমালি {” “নহয়, আপুনি মেৰীক ভুল নুবুজিব । আমি পুৰুষৰ হৃদয়ৰ কথা কৰ

38