সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ সুৰ ২০%

লগে লগে বহুতো কথা মনত পৰিল, শীবশেষতঃ তেখেতৰ জীৱনৰ ঘটনাবোৰ | যি মেৰীয়ে তেখেতৰ প্রেম প্রত্যাখান কৰিছিল, অথচ যাৰ কাৰণে তেখেত বলশয়া হৈ উঠিছিল, সেই মেবীক তেখেতে ইয়াত লাভ কৰিলে জানো ? তেখে- তক এইকথা afer বুশীল ভাবিলৌো যদি লাভ কৰিছে, তেনেহলে যেন মোবে! এটি ডাঙৰ সমস্যা সমাধান হৈ যাব। ইয়াত কেইদিনমান ৰৈ যাবৰ মন গ'ল | কাঁট্চ, ওৱাৰ্ডচ- বার্থ, শ্যেলী, কালিদাস, ভৱভূতি প্ৰভৃতিৰ লগত কথা হম বুলি ভাবলে? | লুচী আক ফেনী ব্ৰাউনৰ fears জানিবৰ আগ্রহ জন্মিল ৷ এনেকি বাইবণৰ লগত কথা হওঁতেই হয়তো পুৰ৷ এদিন লাগিব ৷ মেৰীক লগ ধৰি স্থুধিবই alfa তাইৰ হিয়াখননো কি উপাদানেৰে গঢ়া আছিল ? এনেতে ওচৰত থকা ৰূপহীৰ . কথ৷ মনত জাগিল। এওঁ বাৰু কোন ? বাইৰণৰ Aza, নে ভনীয়েক, নে আন কোনোব| ? সুধিবৰ মন গ'ল । Tee অন্তবত লা আৰু শঙ্কা কিজানি Tea জগৰ লাগে | নাৰীজাতিৰ মন GINS কথা কোৱা AVE নহয় । তথাপি সাহ কৰি সুধিলে।। “আপুনি ate বেজাৰ নাপায় তেন্তে এটি কথা সুধিব পাৰে নে ?” তেওঁ হাহিমুখে সন্মতি দি কলে, আপো- নাৰ যি ইচ্ছা স্ুধিব পাবে |” "তেওঁৰ পৰ| নিৰ্ভয় বাণী-পাই মই ুধিলো, “করিব লগত আপোনাৰ সম্বন্ধ কি জানব পাৰে নে? ৮