২০৬ ব্যথাৰ সব
মোৰ লগৰীয়াৰ zee আৰু অখণ্ডনীয় যুক্তিবোৰত মোৰ বৰ ভাল লাগিল । তেখেতৰ কথাবোৰ পৰাধীন জাতিৰ প্রীত বৰ সহানুভূতি পূৰ্ণ । তেখেতৰ লগতে মোৰ প্রথম fous, অথচ তেখেত যে কোন সেই কথাই মই তেতিয়ালৈ জানিব নোৱাৰিলে ৷ পৃথিবীৰ ৰঙ্গমঞ্চত তেখেতে কি নামত কি ভাও লৈছিল সেই কথা জানিবৰ বৰ আগ্রহ হ’ল। Bias যেন ATS লাগে। ওচৰতে থকা সেই স্বুন্দৰীৰ ফালে চালে 1 তেওঁ ওচৰ চাপি আহি cata মুখব ফালে চাই ae হাহি স্ুধিলে, “কেনে পালে এখেতৰ বক্তৃতা ?” “বৰ ভাল লাগিল | শীকন্ত মোৰ পক্ষে এটি লাজৰ কথা হৈছে যে এখেতৰ পৰিচয় মই এতিয়াও লোৱা নাই ৷ এখেত কোন ভাগ্যবান মই জানিব পাৰে| নে ?” মই কলে ।
‘এখেতেই মহাকবি বাইৰণ,” তেওঁ উত্তৰ শীদলে |
বাইবণ নামটো শুীনয়ে এক আচৰিত ভাৱ আৰু পুলকত মোৰ মনটো ভৰি উঠিল ৷ মনে মনে ভাণীবলেখ, এইজনেই সেই বাইবণ নে, Ta মোৰ ইমান পীপ্রয়, যাৰ জশীরন কাহিনীৰ লগত মোৰ জীৱনৰ ঘটনাবোৰ মিলাই চাওঁ ? wal, হবই লাগিব ৷ যিজনে গ্ৰীচৰ স্বাধীনতাৰ বাবে ধন, আগ সকলো Ceti কৰিছিল, সেইজন পৰাধীন জাতিৰ প্রতি দৰদী নহলে কোন হব পাৰে ? করি প্রতিভাৰ মৰ্ম্ম কথ| বাইৰণে নাজানিলে কোনে জানিব পাবে ? তেখেতৰ লগত পৰিচয় হোৱাত নিজক যেন ধন্য জ্ঞান কৰিলে৷ ।