সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

228 ব্যথাৰ স্থৰ

লাভ কৰিব ৷ তাইৰ কৰ্ম্মময় জীৱনত হয়তে| হঠাৎ এদিন খেলি-মেলি লাগি যাব ৷ তেতিয়| নিজব অশান্ত হৃদয়খনক ফঁহিয়াই চাওঁতে চাওঁতে পাব তাত এটি সুন্দৰ মূৰ্ত্ত, এখনি ধুনীয়া মুখ-যেন অতি আপোন, অতি ৰহস্যময় । তাৰ পিছত চলিব অব্যক্ত বেদনা--তৃপ্তিৰ ব্যর্থ প্রয়াস প্রাণে যাক নিবিচাৰিব তাই হয়তো পাব তাকেই, কিন্তু যাৰ কাৰণে হিয়া ব্যাকুল সি হব তাইৰ ওচৰত নিসিদ্ধ ফল- একেবাৰে পব | নায়কৰ জীৱনতো ঘটিব এনে নিক্ষলতা, এনে অসঙ্গতি | এইভাৱে হতাশ আক অতৃপ্তি ধূমায়িত হৈ তুলিব এক বিদ্ৰোহৰ স্থুব; নীতি, নিয়ম, সমাজ, ৰাষ্ট্ৰ- নীতি সকলোতে তুলি Pra দবদ্ৰোহৰ co) 1 Pacata আছে, যিহে জীৱনবোৰক অসাব কৰি তুলিছে, ণদবোবক লণ্ড, ভণ্ড, ধ্বংস কবি ভূপৃষ্ঠৰ পবা নাইকীয়া কৰি দিব লাগিব আৰু তাৰে ঠাইত এনে সমাজ গটিব লাগিব য’ত মানৱাত্মাই পাব পাৰে পূর্ণ স্বাধীনতা, লাভ কৰিব পাৰে জীৱনৰ সার্থকতা | এয়ে হব তেওঁলোকৰ জীৱনৰ আদর্শ | কিন্তু এই আদৰ্শক কূপ দিবলৈ যাওঁতে পৰাধীনতাই দিব পদে পদে বাধা | তেতিয়া হয়তো নায়ক নায়িকাই দেশব মুক্তি Yea কাৰণে প্রাণৰ সকলোখিনি শক্তি খবচ কৰিব, সমগ্র দেশ ব্যাপী চলাৰ এক বিৰাট আন্দোলন ৷ অৱশেষত লক্ষ লক্ষ প্রাণৰ নির্যাতন আৰু স্বাৰ্থত্যাগৰ ফলত হব তেওঁলোকৰ জয় বা পৰাজয় । হয়তে| বন্দী নেপোলিয়নৰ দৰে কোনোবা এক