সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্থৰ ২০৩

আক Pe নীতৰে তেওঁলোকে তাত কাম কৰিবগৈ ইত্যাদি কথা Toe কৰিবলৈ এটি কমিটি গঠন কৰি এই সমস্যা, বোৰ সেই কাঁমণটৰ হাতত দিয়া ভাল । নীতি সম্বন্ধে মই এইখিনিয়ে কব খোজো যে বাস্তরতাক পৰিহাৰ কাঁৰ কোনো বচনা উৎকুষ্ট বা কোনো কাম উপযুক্ত হব নোৱাৰে। “geal তপোবনৰ যুগৰ বার Toa | আজি যদি মহা- কৱি কালিদাসে আকৌ ভাৰতলৈ গৈ লিখনি ধবে তেনেহলে তেখেতে হয়তে| নাটকৰ সলনি পিখিব এক বিৰাট উপন্যাস; আৰু সেই উপন্যাসৰ নায়িকাৰ নাম চাৰি আখৰৰ নহৈ হবগৈ ছুই আখবব ; নায়ক হব বজাৰ সলান কোনোবা এজন শিক্ষিত দঁনবনুৱা বা শিল্পী, অথবা এজন বিপ্লৱী; ঘটনাৰ সমাবেশ হব কর্ম্মবহুল জীরনৰ জয় বাঁ পৰাজয়, সাফল্য বা ব্যর্থতা ৷ প্রেম তাত থাকিবই ৷ ক্ষণস্থায়ী জীৱন আক নশ্বৰ জগতৰ বুকত ইয়ে চিৰস্থায়ী আৰু আনন্দ- ময় শক্তি প্রবাহ । প্ৰেমৰ ব্যক্ত অথবা অব্যক্ত স্ফুৰণৰ মাজেদিয়ে গৈ থাকে Stara গীবচিত্র গতি | যুদ্ধ, বিপ্লৱ, grow সকলো! ক্ষেত্ৰতে ই প্রেবণাময় আশাৰ প্রদীপ ॥ কিন্তু শকুন্তলাৰ প্রেমৰ দৰে বিংশ শতিকাৰ প্রভা বা বেবাৰ প্রেম সহকাৰ বৃক্ষ বা মুগ শিশুৰ আশ্রয় লৈ ঠন ধৰি নুঠে ৷ বেবাৰ মুক্ত, ছন্দময় প্রেম__নাবী সমিতি, শিক্ষা মন্দিৰ, দেশৰ মুক্তি আন্দোলন, সাহিত্য সভা, নৃত্যসভ্ব অথবা বনুৱা সঙ্ঘৰ মাজেদিয়ে নিজ জীবন বিকাশৰ লগে লগে পবিপুষ্ট

চাবি >