সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০২ ব্যথাৰ ZW

নাৰী পৰাধীন, নিজ্জীর, অ্দ্ধভুক্ত, অন্দনগ্র আক বর্তমান সভ্যতাৰ অভিযানত বহুতো পিছ ai) মই এই বিষয়ে আক. বহলাই কব নালাগে, কাৰণ যিসকলে ভাৰতলৈ যাব তেওঁলোকে প্রকৃত অৱস্থ| পর্যবেক্ষণ কৰি উপযুক্ত উপায় হাতত লব পাবিব । মই Pea কচো, ভল্টেয়াব, গক্কি প্রভৃতিবপ্লবী লিখকসকলক ভাৰতলৈ যাবৰ অনুৰোধ জনাওঁ ৷”

এনেতে হঠাতে এজনে মাত দি কলে, ‘ভাৰতবাসীৰ হৃদয়াকাশত যাৰ স্মৃতি এতিয়াও উজ্জল হৈ আছে সেই জনপ্ৰিয় মহাকৱি কালিদাস যাব নালাগিব নে ?

এই প্রশ্ন শান সকলোৱে একেযোগে কালিদাসৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। তেখেত saya হৈ থাকি অলপ হাহিলে। এই প্রশ্নৰ উত্তৰত আন এজনে কলে, ‘তেখেতে গৈ হয়তো আকৌ এখন দ্বিতীয় শকুন্তলা ৰচনা কৰি পৃথিবী বিখ্যাত হব পাৰিব, কিন্তু তাৰ পৰাই জানো বর্তমান ভাৰ- wa কিবা লাভ হব, অথবা আমাৰ উদ্দেশ্য সকল হব ?’

মোৰ লগৰীয়াই এই প্ৰশ্নৰ উত্তৰ তেখেতে নিজে দিব বুল কৈ আকৌ কবলৈ আৰম্ভ ata । তেখেতে কলে, “আপোনালোকে ভাল সমস্যা! এটি তুলিছে৷ বর্তমানে পৃথিবীৰ সাহিত্য ক্ষেত্ৰতো ই এটি ডাঙৰ সমস্যা | মোৰ কবলগীয়া দ্বিতীয় কথাটিও এনেধৰণৰ ৷ আগ পুৃথি- বীলৈ কাক পঠিয়াম আৰু সকলোকে একেলগে, নে আগাপি- ছাকৈ বিভিন্ন দলত, কিমান সংখ্যক, কাক কোন দেশলৈ,