ৰ্যথাব wt ওঁ ২০১
দিয়াৰ নির্দিষ্ট ঠাইলৈ গৈ তেখেতে an মাতেৰে কবলৈ আৰম্ভ কৰিলে ৷ পৃথিবীৰ বৰ্ত্তমান অৱস্থাৰ গুৰুত্ব বুজি আৰু মানৱ জাতিৰ ভবিব্যৎ কল্যাণ কামনা কৰি যে বহুতে পুথিবীবাসীক সহায় কাঁববলৈ আগবাঢ়িছে, সেইবাবে আনন্দ প্রকাশ কৰি তেখেতে ছুটি কথাৰ ওপবত বিশেষ জোৰদিলে। তেখেতে কৈ গ’ল, “আমাৰ কৰ্ম্মাসকলে দুটা কথাত বিশেষ মনোযোগ দিব লাগব | প্রথম হৈছে--পৰাধীন আৰু অনুন্নত দেশবোৰৰ কথা ৷ পৃথিবীৰ আটাইবোৰ দেশেই স্বাধীন আক সমানে উন্নত হৈ ন্াঠলে সমগ্রভারে মানৱ জাতি কল্যাণ সাধন কৰ| নাযাব । এনেকি Ta নতুন আদৰ্শত agate গঢ়ি তুলিবৰ চেষ্টা কবা হৈছে সিও কাধ্যকৰী হৈ স্লঠিব ৷ জগতত শোষণকাৰী থাকিলে শোধিতো থাকিব | শোষণকাৰীয়ে সহজতে শোধিতক মুক্তি নিদিয়ে | শোষতবোবে নিজ বলত শোষণৰ দ্বাৰ কন্ধ কৰিব লাগিব । পৰাধীন দেশবোৰত মানুহৰ আত্মচেতনাৰ পথত প্রভুশক্তিয়ে বহুতো বাধ! জন্মায় । গতিকে সেইবোৰ মানুহৰ আত্ম- চেতনা জগাই তুলি পৰাধীন দেশবোৰৰ স্বাধীনতা! অৰ্জ্জনত সহায় কৰাটোৱে আমাৰ প্রাথম কর্তব্য হোৱ| উচিত | এই বিষয়ে ভাৰতবৰ্ষৰ কথাতে বিশেষ গুৰুত্ব দিব খোজে৷ ৷ ব্যাস, বাল্মীকিৰ জন্ম ঠাই, কালিদাস, ভবডূতিৰ লীলাক্ষেত্ ভাৰতৰ পুবনি গৌৰৱ কাহিনীৰ কথা আপোনালোকে সক- cata জানে । আজি সেইভাৰত ভূমিৰ ৪০ কৌটি ae