ব্যথাৰ Bs ১৯৯
বন্ধুত্বৰ কথা ৷! কিন্তু আচলতে ই বন্ধুত্ব আছিল, নে প্রেম? মই ভাবি ঠিক কৰিব নোৱাৰে৷ ৷ জন্ টেইলাৰৰ ঘৈণীয়েক মিছেচ. টেইলাৰ আছিল মিলৰ অন্তবঙ্গ বান্ধৱী | এসময়ত এই বান্ধৱীৰ প্রশংসাত তেওঁৰ মুখ নধবা হৈছিল ৷ সুদীৰ্ঘ বিছ বছৰ কাল এই বন্ধুত্ব চলে । তাৰ পিছত মিছেচ. টেইলাৰ বিধবা হোৱাৰ লগে লগেই এই বান্ধবীয়ে হ'ল মিলৰ প্ৰেয়সী । বন্ধুত্ব আৰু প্রেম লগত আচলতে কোনো শ্রেণীগত পার্থক্য নাই, মাত্র পৰিমাণ আৰু ব্যক্তি লৈয়ে প্রশ্ন ' স্ৰী-পুৰুষৰ বন্ধুত্বই যেতিয়া চৰম অৱস্থা পায় তেতিয়| তাকেই কোৱা হয় প্রেম ৷ নিচক পাথিব প্ৰেম । যদি সেয়ে হয়, তেনেহলে সুদীর্ঘ বিছ বছৰ কালতো তেওঁলোকৰ বন্ধুত্বই চৰম অৱস্থা পোরা নাছিল নে ? হয়তে৷ বন্ধুত্বৰ সীমাৰেখা মাজে মাজে ভাঙি গৈছিল, আৰু সেই ভাঙনৰ মাজেদি প্ৰেমৰ প্রবাহ আহি তেওঁলোকক উটুৱাই লৈ গৈছিল এক আদনিৰ্দ্দি্ট ঠাইলৈ । সামাজিক বন্ধনে আকৌ উভয়কে বন্ধুত্বৰ খোঁটালশলৈ টানি আশীনছিল ৷ অৱশেষত কুৰি বছৰৰ আনন্দ আৰু যাতনাৰ পিছত ত্তেওঁলোকৰ সপোন সাফল্য লাভ কৰে সামাজিক বন্ধনৰ মাজেদি । মই আমাৰ সামাজিক বন্ধনবোৰৰ কথা ভাবে ৷ এইবোৰৰ কাৰণেই কতে| হিয়াৰ ea caval আজি পৃথিবীত Adige হৈ উঠল ! বন্ধন অলপ শীশীথল কৰিলেই হয়তো সহস্ৰ সহস্ৰ ব্যৰ্থ প্ৰেমিকৰ মৰুময় জীৱন ফলে ফুলে জাতিষ্কাৰ