ব্যথাৰ A ১৯৭
এই আশঙ্কামূলক প্রশ্নৰ উত্তৰ শীদবলৈ থয় Te বিখ্যাত পাগুত জন ষ্টৱাৰ্ট মিল 1 তেওঁ কলে, “কি হাৰত যে জনসংখ্যা aPor সেইটো এতিয়া অনুমান কৰা টান । কিন্তু বক্তাৰ সন্দেহটো স্বাভাৱিক ৷ প্রীথবীৰ আদিম অৱস্থাৰ লোকসংখ্যাতকৈ আজি লোকসংখ্যা হয়তো বহুগুণে বেচি । কিন্তু পোকসংখ্য| বঢ়াৰ লগে লগে উৎপা- দনৰ পৰিমাণে তেনেভাবে বাট গৈছে | আকৌ বর্তমানৰ বৈজ্ঞানিক যুগৰ কথা Peg sala | মানুহে এতিয়া ক্র আক শীবজ্ঞান্ৰ সচায়ত লাগতীয়ালতকৈ বহুত গুণ বেচি উৎপাদন কাৰব পাৰে । কালক্ৰমত হয়তো আৰু বেচি পাৰিব ৷ তছ্পবি জন্মনিয়ন্ত্ৰণ ব্যৱস্থাও আজ বৈজ্ঞানিক উপায়ে estas হৈছে । সমাপ্ত শীববর্ভনৰ ফলত পৰিয়াল প্রথাৰে| পৰিবৰ্ত্তন আহিছে ৷ ভবিষ্যতে সন্তান প্রতিপালনৰ ব্যৱস্থা আকু দায়িত্ব যদি গপতাকৰ পবা গৈ একেবাৰে মাকৰ হাতত পৰে, অথবা পিতৃ-মাতৃৰ উভয়ৰ হাতৰ পৰা গৈ ৰাষ্ট্ৰৰ অধীনত পৰে, তেতিয়া হয়তো! পিতৃ বা মাতৃ হৃদয়ৰ পৰা সন্তান কামনাও কাম যাব পাবে। ঘিয়ে হ’ক আজিৰ সমস্য। জনসংখ্যা আৰু উৎপাদন লৈয়ে নহয়, aba আক সমাজ ব্যৱস্থা লৈহে | আগৰ পদ্ধতিত অৱস্থা বিছুপৰিমাণে strats: আছিল ৷ কিন্তু আজি বিজ্ঞানে আনি Pace বিৰাট বৈষম্য | উৎপাদন যথেষ্ট, কিন্তু পুৰণি সমাজ আক বণ্টন ব্যৱস্থ। এতিয়াও চলি আছে । এই