ব্যাথাৰ স্থৰ ১৯১
গাঁঢ় তু্লি এক অপূৰ্ব্ব সভ্যতাৰ ভেটি স্থাপন কৰছে | কিন্তু fae আজি বর্ভমান মহাযুদ্ধত বিপদাপন্ন | Ta হওক, মানুহৰ প্রতিভাক প্ৰশংসা নকৰি নোৱাৰি ৷ যি সমাজ আক ৰাষ্ট্ৰব্যৱস্থা আজিব মান্গুহে উদ্ভারন কৰি উলয়াইছে সেইটো| সম্পূর্ণ মতে age হৈ উঠিলে পুথিবীখন Pasa wie পৰিণত হব | তোঁতয়া পৃথিবী- ayaa ইয়ালৈ অহাৰ হেপাহো কমি যাব | জীৱনৰ ব্যর্থতা, হাহাকাৰ, দৈন্য, বেদনা এইবঝোৰেইতো মানুহৰ মনত স্বৰ্গৰ কাৰণে ধাউতি জন্মাই দিয়ে । মনত পেলাই চাওক, আপোনালোক যোতয়া পুীথবীত আছিল, তেতিয়াও মনুষ্য সমাজৰ বিৰাট অংশটোরে লাঞ্ছনা, যাতনা, অপমান, অনাটন ভোগ কৰি অজ্ঞান অন্ধকাৰত থাকি মাত্র এটা দুৰ্ব্বহ জীৱন যাপন কৰিছিল, মানৱ জাৱনৰ প্রকৃত সোৱাদৰ পৰা| বঞ্চিত হৈ অছিল ৷ আজিও তেনে অৱস্থাৰ বিশেষ তাৰতম্য হোৱা নাই । ই অকল মনুষ্য সমাজৰে নহয়, eral এটি কলঙ্ক যেন বোধ za) সুখৰ বিষয় এই যে আজিৰ পৃথিবীয়ে সেইবোৰ সমস্যা সমাধানৰ এটি উৎকৃষ্ট উপায় বিচাৰি পাইছে ৷ Tee সেইটো কাধ্যুকৰণ হোৱাৰ পথত আছে অসংখ্য বাধা! গোটেইখন পৃথিবীতে শৃবপ্নর বহ্নি জলাই তুলি সকলো দেশতে এই নতুন সমাজ আক বাস্থীয়ব্যস্থা প্রতিষ্ঠা কাৰিব নোৱাৰিলে ই সম্পূৰ্ণ ফলদায়ক নহব ৷ পৃথিবীত থাকোতে আম যি সাম্য-