ব্যথাৰ স্থৰ ১৮2
আছে । আলোচনাৰ কালে মনোযোগ দিয়ক । আপোনা- লোকৰ পৃথিবীখন লৈয়ে গুকতপূর্ণ আলোচনা চলিছে I”
অমনোযোগীতাৰ কাৰণে অলপ লাজ পালে ৷ ফৰাচীৰ বিখ্যাত লিখক ৰুচোৱে সভাৰ উদ্দেশ্য বৰ্ণনা কৰাব পিছত আলোচনামূলক তর্ক আৰম্ভ হৈছে ৷ সভাৰ উদ্দেশ্য হ'ল; বর্তমান দুৰৱস্থাত পৃথিবীবাসীক উপযুক্তমতে সহায় কৰা ৷ মন্ত্যবাসীৰ দুখ-দুৰ্দ্দশাৰ প্রতি দেৱতাসকল অমনোযোগশী হলেও, ন্বর্গবাসী পৃথিবীৰ নন্তানবোধৰ পক্ষে তেওঁলোকৰ বংশধৰ সকলৰ ককণ আর্তনাদ নীববে ATS থকা টান | গতিকে তেওঁলোকৰ গীভতবৰ পৰা কিছুমানে আকৌ পৃথিবীত জন্ম গ্রহণ কৰি পৃথিবীৰ বর্তমান বেমেজাশীলবোৰৰ ওৰ পেলাই অহ| উচিত ara তেওঁলোকে ভাবিলে | এই লৈ কিন্তু মতভেদ হ’ল ৷ কিছুমানৰ মত এই যে যুগে যুগে এনে সমস্যা আছেয়ে | বাৰে" বাবে তালৈ নগৈ, ইয়াৰ পৰাই আধ্যাত্মিক শক্তি প্রয়োগ কৰিয়ে কাধ্যসাধন কৰিব পাশীব |
বৰ্ত্তমানৰ বাবে চিন্তাবোবক কোনোমতে কাতি ক্ৰি থৈ মই আলোচনাত মনোযোগ দিলে! | কচোক সমর্থন কৰি pages প্রতিযুন্তি Wife কবলৈ ধৰিলে, “সমজুৱা সকল, কিছুদিনৰ পবা যুদ্ধ, বিপ্লৱ, বোগ’ মহামাৰী, Bree প্রভূতিয়ে পুথিবীৰ মানুহক অবর্ণনীর দুখ-কষ্ট দিব ধৰিছে | তাবে ফলত লক্ষ লক্ষ মানুহে অশেষ যাতনা ভোগ কাৰ অকা-