সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ AT ১৮৫

শ্যেলী, আক কীট্‌চ প্রভৃণীতব কথা | তেওঁলোকৰ কাব্য আক জীৱনৰ কথাই মোৰ মন মোহিত কৰি আছে ৷ তেওঁলোকক বন্ধু কৰি লৈ তেওঁলোকৰ প্রাণৰ গোপন কথাবোৰ যেন জানি লম ৷ কেনী ব্ৰাউনৰ প্ৰেমত বলীয়া কীট্‌চে ইয়ালৈ আহি তাইক জীৱন সঙ্গনী বাপে পালে জানে| ? সুন্দৰী মেবীক বাইৰণে পালে নে নাই জানিবৰ মন গ’ল ৷ যদি পাইছে, তেনেহলে তাৰ পৰাই এইটো বুজিব পাৰিম যে পৃথিবীৰ ব্যৰ্থ প্ৰেমবোৰে স্বৰ্গত সফলতা লাভ কৰে ৷ যাৰ প্ৰেমৰ পৰশ পাবলৈ আমি গোটেই জীৱন হাহাকাৰ কৰিও অক্নতকাৰ্য্য হওঁ, মৃত্যুৰ পিছত afta আহিলে আমাৰ ব্যর্থতাবোৰ সফলতাত পৰিণত হয় | কিন্তু সেই নিঠুৰা, পাষাণ হৃদয়াসকলে কিয়নো একোজনৰ অতুলনীয় প্ৰেমৰ প্রীতদান নিদি তেওঁলোকৰ জীৱনত জুই অ্বলাই দিয়ে ! এই ভাৱটো৷ আকৌ মনত উঠে। কিয়ইবা৷ আকৌ wate আহি মিলিত হয়! মেৰীক লগ পালে শীনশ্চয়টৈ এই কথা afar !

অকল এইবোৰেই নহয়, ৰূচো, ভপ্টেয়াব, Baga, ম্যাক্সিম্‌ গকি প্রভৃতি বিখ্যাত আৰু বিপ্লৱী লিখকসকলৰ কথাও মনত পৰিল | তেওঁলোকৰ জগতে! ঘনিষ্ঠভাৱে পৰিচিত হবৰ ইচ্ছা গ'ল | গকি বিপ্লৱা লিখক 1 তেখেতক লগ ধৰিবই লাগিব ৷ কেনেকৈ লিখন চলালেনে৷ ভাৰত" বাসীব সুপ্তপ্ৰাণ জগাই তুলিব পৰা! যাব, জনসাধাৰণৰ