সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ সু ১৮৩

তেওঁৰ কথাৰ উত্তৰত মই কলে, “আমি পৃথিৱীৰ WRT বোৰে আমাৰ আপোন জনক বা শীচনাকিবোৰক সহজতে নেপাহৰে" 1৮

“তেনেহলে Waters ভাৰ দিয়াৰ লগে পগেই এই- fafa মানসিক পৰিবর্দ্তন হ’ল নেকি?”

তেওঁৰ কথাত মোৰ হাহি উঠিল | মইকলো “ঠিক সেইটো নহয় । সন্দেহৰ যথেষ্ট কাৰণ আছে | পৃথিবীখন এবি অহাৰ সময়ৰ বুঢ়া ৰবীন্দ্ৰনাথৰ চেহেবাৰ লগত MTS এই যৌবন-দীপ্ত চেহেৰাৰ পার্থক্য বহুতখিনি ৷ সাধাৰণ alate আৰু ডাঢ়ি কোচাৰ বাহিৰে এখেতৰ গাত পাৰ্থিব একো প্রায় নোহোরা হৈছে। নতুন ant এই কমনীয় aire cata আমাৰ সেই ববীঠাকুৰ ঝুলি বিশ্বাস নজন্মে |

তেওঁ মোৰ কথা সমর্থন কৰি কলে, ‘এৰা, সৌন্দধ্য আক যৌৱনেই স্বৰ্গৰ Para দান। আকুতি সলাবৰ স্বাধী- নতাঁও ইয়াত আছে।, ভাটিকোচা এখেতে এীৰব নোখোজে পুীথবীখনৰ প্রীত এখেতৰ <4 waa!”

আঁমি সভাৰ কামত মন frit! ৰবীন্দ্ৰনাথৰ প্রস্তাৱ মতে আক আন এজনৰ সমৰ্থনত aire কবি বাল্মীকি সভাপতিৰ আসন গ্রহণ কৰিলে। বাল্মীকিৰ পৌম্য, শান্ত মূৰ্তি দেখি মই মুগ্ধ হলে।৷ সমর্থন কৰেতাজনৰ পাঁৰচয় সুধি জানিব পাৰিলে, তেখেত অসমৰ ৬শদ্কৰদেৱ | শীষ শঙ্কৰে অসমত বৈষ্ণৱ ধৰ্ম্মৰসৌত বোরাই দি অসম বাসীৰ