১৮২ ব্যথাৰ সুৰ
বন খনেই নন্দন কানন ata বিশ্বাস হ’ল ৷ এক অপূৰ্ব্ব আনন্দত মই মতলীয়া হৈ উঠিলেণ। ছুয়ো ওচৰা ওচৰিকৈ সভাত বাহলো গৈ ৷ লগত সেই গবাকশ স্মুন্দৰী যুৱতী তেওঁ এতিয়াহে মোৰ ফালে চাই মাত লগালে। “এইবোৰ বাৰু আপোনাৰ ওচৰত একেবাৰে নতুন আৰু আচৰিত যেন লগা নাই নে? মই যেতিয়া প্রথম ইয়ালৈ ates মোৰ হলে তেনে লাগিছিল | কেইবাদিনো আপোন পাহৰা হৈ আছিলো আপুনি বোধকৰে পৃথিবীখনব কথা পাহণীৰয়ে গৈছে ।”
‘এৰা, মোবো অবস্থ। ঠিক আপোনাৰ দৰে হৈছে ৷” এই বুলি কৈ মই তেখেতৰ ফালে AME নয়নে চালে ৷ সেই ৰূপহীৰ মৌববষা মাতত শৃহয়াখন যেন আনন্দত নাশীচ উঠিল | ৰূপ, ৰস, গন্ধেভবা জীৱন আক যৌৱনৰ ATS এটি হাবি- am জাগি উঠিল। বাস্তৱিকতে যুৱতীৰ সান্নিধ্যই যৌৱনৰ প্রীত এটি মমতা জগাই দিয়ে । মনৰ ওপৰেদি এছাটি বসন্ত বতাই বৈ যোৱা যেন পাওঁ ৷
এনেতে সভাৰ কাম আৰম্ভ হ’ল। Wiggs, eRe এজন সুপুৰুষ ata পৰা! শীথয় দিলে । তেখেতক দেখিয়ে মোৰ শীচনাকি যেন লাগল । হঠাৎ মুখৰ পৰা ওলাই গ’ল, “এইজন ৰবীঠাকুৰ নহয় নে? নতুন বান্ধবীয়ে ঘপ- ৰাই কৈ পেলালে, “ঠিকেই অনুমান কৰিছে ৷ পিছে, ইমান সোনকালে পাহৰ! উচিত নহয়।” এইবুণীল মোবফালে চাই হাহিলে | তেওঁৰ কৌতুক পূর্ণ মন্তব্যত ভাল লাগিল । কিন্ত