৯৭৮ ব্যথাৰ নুন
শত্ৰু সৰহ । দেশৰ মানুহে সহায় নকীবলে কোনো বিদেশী শক্তিয়ে কোনো এখন দেশক দীর্ঘকাল পৰাধীন কৰি বাখব নোৱাৰে | বাৰু, তেওঁলোকক এীৰ থৈ বাকী মানুহবোৰক জগাই তুলিব নোৱাৰি নে?”
“আমাৰ সমস্য| তাতেই | আমাৰ শতকৰা ৯০ জন মানুহেই অশিক্ষিত আৰু দুখীয়া। বহুকাল শিক্ষাহীনতা আক পবাধীনতাৰ মাজত ডুবি থকা বাবে তেওঁলোকে স্বাধীনতা যে কি বস্তু আক কিয় লাগে সেইবোৰ কথাই বুজিব নোৱাৰা হৈছে | প্রচলিত শাসন ব্যৱস্থাই তেওঁ- লোকৰ পক্ষে স্বাভাৱিক আৰু উপকাৰী যেন হৈ উিঠিছে। পৰিবৰ্ত্তন তেওঁলোকে সহজে মানি লব নোখোজে |”
“কিয়, শিক্ষাৰ দ্বাৰাইতো আপোনালোকে যথেষ্ট পৰি- aéq ঘটাব পাৰে | ইমান মানুহ কিয় অশিক্ষিত হৈ থাকে বুজিয়ে নাপাওঁ ৷”
“শিক্ষা দিয়াৰ ব্যৱস্থাৰ অভাৱত এনেকুৱ৷ হৈছে। এনেকি মুণীষ্টমেয় মানুহৰ শিক্ষাৰ বাবে বর্তমানে যি ব্যৱস্থা, আছে ইও শীনতান্ত অকাধ্যকৰী | এই শিক্ষাৰ পৰা আমি শীনজৰ দেশখনক ভাল পাবলৈ নিশিকো, নিজব অভাৱ বা সমস্যাবোৰৰ প্রকৃত কাৰণ আৰু সেইবোৰৰ সমাধানৰ উপায় ভালমতে জানিব নোরাবৌ। । শিক্ষাৰ ফলত যি কৰ্ত্তব্যজ্ঞান পাওঁ সিয়ে আমাক নিয়োগ কৰে চাকবি অন্বেষণত, দেশৰ মুক্তিযুজিত নহয় । এই শিক্ষাই আমাৰ পৰাধীনতাৰ