১৭৬ ব্যথাৰ সুৰ
বিষয়ে আক একো কথ gular । তেখেতে বোধকৰে। পৃথিবীৰ কথাবোৰেই ভাবি আছে |
আটাই কেইজনে কিন্তু গৈয়ে আছো | কিছুপৰ মাত বোল নাই। যুৱতী গৰাকী লগতে আছে | আমাৰ কথা- বোৰ সাগ্রহে শুনাৰ বাহিৰে একে| নকলেও সেই অপবপা arate মাধুৰীসন| চঞ্চল দৃষ্টি প অনুগ্রহৰ পবা মই বঞ্চিত হোৱা নাই । বে'চ এক আনন্দৰ ভাৱত গৈ আছো, মনে মনে ভাবিষছো--মই ক'লৈ আশীহলেো? এইখন যদি পৃথিবী নহয়, তেনেহলে ইয়ে স্বৰ্গপুৰী নে ? ঠাইখনৰ বেহ কূপ চাই তেনে এটি বিশ্বাস জন্মে, কিন্তু ইয়ালৈ অহাটো কেনেকৈ সম্ভৱ হব পাবে ? মইতো পৃথিবীত মৰি যোরা কথ| মনত নপৰে । আহিলে যে কেনেকৈ fa কথাও বুজিব নোব্রাণীবলে | পুথিবীৰ বাহিবৰ ঠাই হলে কি ঠাই হর পাৰে ? মই ভাবি ভাবি একো! ঠিক কৰিব নোৱাৰিলে৷ । এনেকৈ গৈ থাকৌতে তেখেতে আকৌ afar, “আপুনি বোধকৰে 1 ভাবতবর্ষৰে মানুহ 1”
মই “হয়” বাল কোৱাত তেখেতে আকৌ কৈ গ'ল, “বর্তমানে আপোনালোকৰ দেশৰ লোকসংখ্যা প্রায়: ৪০ কৌটি হোৱা বুল শুশীনছটো । যদ সেয়ে হয়, তেনেহলে তাবে ভিতৰত আত্মসন্মানবৌধ থকা আক দেশৰ কাৰণে Beez ভোগিব খোজা এক কৌটি মানুহো নোলায় নে?