সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্ব ৯৭৯.

আছে । তথাপি তাবো মাজেদি কেতিয়াবা আহে সন্দেহ | ই কিজানি যুৱতীৰ যৌৱন বিলাস, নাৰীৰ ললনাময়ী ছলনা ! পুৰুষ সঙ্গৰ কাৰণে নাৰীৰ atte যি আকুলতা জাগি উঠে ই হয়তো তাৰেই তৃপ্তিৰ প্রয়াস ৷ ই হয়তো আনন্দ স্থষ্টিৰ সফল চেষ্টা মাত্র, প্রকৃত প্রেম নহয়। মাজে মাজে এনে সন্দেহ ভার মনত ভাগে । কেতিয়াবা ভাবো বাইৰণৰ প্রেম উপেক্ষা কাবিলী মেৰীৰ প্রকৃতিতকৈ জানো সৱিতাৰ ABTS বেলেগ ?

মেৰী বাইৰণৰ প্রথম যৌৱনৰ প্রথমা প্ৰেয়সী । সুন্দৰী যুৱতী মেবী নিৰ্জ্জন উপবনত বাইৰণৰ নিচেই ওচৰতে বহি হাহি হাহি কথা কৈ যায়, বাইৰণে শুনে ৷ মাত্র বাইৰণ আৰু তাই ৷ দুয়ো ভবা যৌৱন আৰু সৌন্দখ্যুৰ গৰাকী-- কেতিয়াবা বনবীথিকাৰ মাজে মাজে, কৌতিয়াবা ধুনীয়া ফুলনীৰ মাঞ্জত, কেতিয়াবা জোনৰ পৌহৰত, আকৌ কোতি- যাব বিলাস ভৱনত ৷ সময়ৰ হিচাব তেওঁলোকৰ নাই থাকে মাত্র দুখনি হিয়াৰ অফুৰন্ত কথা--অপণীৰসীম উলাহ | তাইৰ দিয়া উপহাৰবোৰ পাই বাইবণৰ হিয়া আৰু পুলকিত হৈ উঠে । ইমানখিনিতো বাইৰণব ভাবিলে ভুল হব নে যে মেৰীয়ে তেওঁক ভাল পায় ৷ Pee আচলতে তেওঁৰ ভুল হৈছিল। আক এনে ভুল আমাৰ সকলোৰে হয়তো হব ৷ বাইৰণৰ প্রেম প্রত্যাখ্যাত হ'ল, অনুনয়, বিনয়, অথলে: গ'ল ৷ ভগ্নহৃদয়, ব্যর্থ প্রেমিক বাইবণৰ প্ৰাণৰ ভিতৰত