সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ Bs ১৮৯

মতলশয়া কৰি তুলিব পাৰে | মোৰো প্রাণত যে তেনেকুৱা উন্মাদনা নাজাশীগব কেনেকৈ কওঁ ? সৱিতাৰ স্মৃতি হয়তো ক্রমে মলিন হৈ আহিব | হয়তো কোনোবা উৰ্ব্বশীৰ চকুৰ হাহিত, অথব| ইন্দুবালাৰ ছন্দোময় দেহভঙ্গীত আকৌ মোৰ প্রাণত নতুন আশা, নতুন কামনা সজাগ চৈ উঠিব | হয়তে| এখনি ৰেচমী শাৰীৰ চঞ্চল ইঙ্গিতত মোৰ উদাস মন আকুল হৈ উঠব | কোনোবা এদিনৰ শান্ত সন্ধিয়াত সৱিতাৰ ঠাইত আকৌ এঙ্গনী আহি কাষত বহিবহি ৷ ইবাব নিশ্চই মোৰ প্রেয়সীৰ নাম বিয়োট্রচ নহব। জীৱনটোক আকৌ বিয়োগান্ত কৰিবৰ ইচ্ছা নহব ৷ ইবাৰ নাম হবগৈ হয়তো! অৱস্থিকা, মালবিকা বা শকুন্তলা ৷ প্ৰেমৰ সম্বোধনত মাক-বাপেকে থোৱা কেচুৱা কালৰ নামটো প্রেণিমকৰ ওচৰত উপযুক্ত বা মনোমত নহবও পাৰে | এইবোৰ কিন্তু মোৰ ভবিষ্যৎ কল্পনা মাত্র | বর্তমানে ইয়াৰ. লক্ষণ অকণে৷ নাই | সরিতাই হিয়া আগুৰি আছে |

এনে অৱস্থাত সমব্যথীৰ কথা মনত পবে । কবি বা সাহিত্যিক সকলৰ বহুতেই মোৰ দৰে ব্যথাৰ ব্যথী। তেনেহলে প্ৰেমাকুলত৷ আৰু বিচ্ছেদ ব্যথাৰ লগত 'কবিহ বা সাহিত্যৰ কিবা নিগূঢ় সম্বন্ধ আছে লোক? ব্র্থপ্রেমে অন্তবৰ প্রেৰণাক ye কাৰ তুলিবৰ চেষ্টা কৰে Fall সেই কাৰণে কবি বা কলাবিদ্‌ ব্যর্থপ্রেমিক হলে তেওঁলোকৰ স্থপ্টিত আবেগ, উন্মাদনা আৰু আন্তৰিকতা