সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৬ ব্যথাৰ সব

নামত উছৰ্গা কৰিছা 1৮ “নহলেনো সবিতা কেতিয়াবা বিয়োঁট্ৰচ হব পাবে নে 2” এই ঝুলি কৈ কিবা কামৰ চেলু দেখুৱাই তাই ক্ষণিকতে অদৃশ্য হয় ৷

এনেকৈয়ে আমাৰ প্রেমৰ সৌধ উভয়ৰে চেষ্টাত লাহে লাহে গঢ়ি উঠিছিল | জীৱনটো ইমানে ভাল লাগি উঠি- ছিল যে তাৰ কাৰণে ঈশ্ববক ধন্যবাদ দিছিলে ৷ Tos ৰহস্যময় জীৱনৰ গতি ক্ষন্তেকতে পৰিবৰ্ত্তিত হ’ল । প্রথম প্ৰেমৰ প্রাণভৰা উলাহ আৰু আপোন পাহবা তন্ময়তাৰ অলপো হাস নৌহওঁতেই মোৰ প্ৰাণপখী এদিনাখন মোক এৰি গুচি গ'ল | মই বিয়েটউচ, facatis বুলি মহা- শূন্যৰ ফালে চাই চিঞৰি মৰিলে 1 তাইৰ আশঙ্কা নষ্ঠুৰ বাস্তৱত পৰিণত হব ঝুল wet? নাছিলে'। । তাইৰ স্মৃতিয়ে আজি মোৰ শূন্য হিয়া আগুৰি আছে ৷ উ কোঁতয়াবা তৃপ্তি দিয়ে, আকৌ কেতিয়াবা প্রাণটোক আকুল কাৰ তোলে ৷

এজনী প্ৰেয়সী, আৰু তাইক কেন্দ্ৰ কৰিয়ে এখন ঘৰ $ আৰু তাৰ 'পছত সক সক লৰা-ছোৱালীবোৰৰ হাহি- ভৰা মুখ, মৌসনা কথা আৰু স্বৰ্গীয়প্রেম এইবোৰেই আমাৰ পাথিব জীৱনক মধুৰ আৰু তৃপ্ত কৰি তোলে | যাব ভাগ্যত ইবোৰ নিমিলে সি বাস্তৱিকতে দুৰ্ভগীয়া | এক অন্তর্বেদনা, নশীবব ক্রন্দন আৰু শূন্যতাৰ হাহাকাৰে তাৰ শহয়াখন আগুৰি ধৰে ৷ সেইবোৰক আওকাণ কৰি এক, মহান