সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যবাৰ Bal ১১

“আশীম ৰান্ধি বাৰি খাব পাবো। সদ্যহতে আপোনাক এজনী বান্ধনণয়ে লাগে 1৮

“তুমি থ|কেতেই লাগে নে? এই কথাবাৰ কব খুজিও নকৈ সি এক অৰ্থপূৰ্ণ দৃষ্টিৰে তাইৰ ফালে চাই অনুযোগৰ সুৰত কলে, “সচীকৈয়ে তুমি মোক এৰি যাব খুজিছানে, অক? যাব পাবিবা জানে| ?” তাই সেই কথাৰ উত্তৰ নিদি মাত্র যাবলৈ খৰধৰ লগালে। ইফালে সন্ধ্যাৰ স্নান ছায়া আহি অৰণ্যৰ বুকু ঢাকি পেলাব্ৰ আয়োজন কাঁৰলে। দুয়ো হাবিব পবা লাহে লাহে ওলাই atzA |

বাতি ৮ বজাৰ গাড়ীখন যোৱাৰ পিছতো পবীনে ষ্টেচন ঘবতে বহি থাকিল | তাৰ গোটেই মনটো আশা আকাঙ্খা আৰু উত্তেজনাত ভাব উঠিছে । আবেলিৰ ঘটনাটো মনত পৰিলেই যি পুলকিত হৈ উঠে, কিন্তু লগতে চিন্তাৰ জাউৰি আহি মনৰ আনন্দ খিনি গ্রাস কীৰ পেলায়। অকণাৰ প্রতি তাৰ যি এটা গুপ্ত আকর্ষণ মনত লাহে লাহে জাগি উঠিছিল আজি এক আঁভনব পাঁবস্থিতিত সি পূর্ণ প্রকাশ পালে । ইমানদিনে তাইৰ প্রতি যি চেনেহ, মৰম বা অত্য- fas মনোযোগ সি দেখুৱাই আহিছে আজিলৈ তাৰ কোনো কাবণ সি বিচাবিবলৈ যোর। নাই। ই যেন এক স্বাভাবিক মবমৰ |

টান--তাইৰ প্রতি তাৰ নিঃস্বাৰ্থ দয়া আৰু প্রেম । তাইৰ ফুটন্ত যৌৱনৰ মনোমোহা মাধুর্যত মুগ্ধহৈ কেতি-