সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰ্যথাব ZW ৯৬৩

কৰা সজীৱ প্রাণৰ লক্ষণ নহয় । এই পৃথিবীত তাৰ আৰু উপযোগীতা নাই । তাক মৃতকৰ শাৰীত পেলোৱা অযুক্তি- কব নহয় । স্ৰামীৰ স্মৃতি লৈয়ে যুৱতীৰ বৈধব্য বৰণ এক নিৰ্জ্জপিবতাৰ লক্ষণ মাত্র 1 ব্যর্থ বা অতীত প্রেম সম্বন্ধেও এনে যুক্তি কিছুমানে দিয়ে, আক যুক্তি হিচাবে ই যে সুন্দৰ তাত সন্দেহ নাই ৷ কিন্তু যুক্তি তৰ্কৰ বাহিৰেও মানুহৰ আৰু কথা আছে | বৈধব্যত্ৰত পালন কৰিব লগায়া যুৱতীৰ কাৰণে পুতৌ জন্মে | যি প্ৰেমৰ সোৱাদকে পাবৰ সুবিধা পোৱা নাই, অথবা Ta চেষ্টা কৰিলেও স্বামীৰ ates অঁকোৱালি ৰাখব নোৱাৰে, তেনে বিধবাৰ বৈধব্য ব্ৰতৰ ada ব| কি, সাৰ্থকতাই বা ক'ত? ই মাত্র প্রেম fader, অপব্যৱহাৰ, বাস্তরতাৰ জঘন্য ৰূপ | কিন্তু সকলো মানুহৰ অন্তববোবত একে ধবণৰ বা সমান CHINA উপাদান নাথাকে । তাৰে ফলত শীকছুমানে প্রেম বা প্ৰেমৰ স্মৃতি সহজে 'পাহবিব পাবে, শীকছুমানে নোৱাৰে | কিছুমানে বা আকৌ নতুন প্রেমিক বা প্রোমকা পাই জীৱনটোক মধুৰ কৰি তুণীলব পাৰে, কিন্তু বহুতৰে ভাগ্যত তেনে সুবিধা নিশীমলে | যিয়ে হ’ক, গভীৰ প্রেমৰ স্মৃতি পাহৰ| টান ৷ adda হলেও যুক্তিৰ আদেশতে ইয়াক বিসৰ্জ্জন দিব নোৱাৰি ৷ যুক্তিতকৈ আবেগ অনুভূতিৰ প্রভারো কম নহয় | এইবোবো জীৱনৰ অপবিধাধ্য সত্য আক কৰ্ম্ম শক্তিৰ সাৰথি ।