বিয়োট্রটক কোনোমতে পাহৰিব নোৱাৰিলে'।। দৈহিক সৌন্দধ্যতকৈ তাইব মানসিক সৌন্দৰ্য্যই মোক বেচি মুগ্ধ কৰিছিল । আজিও সেই প্রভার অলপো কমা যেন গম নাপাওঁ ৷ কোনোবা এজনণ ৰূপহী frat how প্ৰেমৰ প্রভাৱতেই ইটালপয় মহাকবি ‘দান্তে’ পৃথিবী বিখ্যাত হৈ গ'ল, ময়ে| কিজ্ঞানি মোৰ বিয়োট্রসব প্ৰেমৰ প্রভাৱত তেনে কিবা এটা হব পাৰে৷--মাজ্গে মাজে কল্পনা কৰে । কিন্ত আন ফালে আকৌ ভাবে! মোৰ wa এনে হাজাৰ হাজাৰ ব্যর্থ প্রেমিক অতৃপ্তিৰ বেদনা লৈ জীৱন ক্ষেত্ৰৰ পৰা চিৰকাললৈ আঁতৰি গৈছে! বিশাল ধবিত্রীৰ বুকত তেওঁ- লোকৰ চিন চাব একোৱে নাই | হয়তো এটি মনৰ স্মৃতিতো তেওঁলোকৰ কোনো এজন ৰৈ যোৱ| নাই ৷ কিয় তেন্তে পৃথিবীৰ পবা আতৰি যোৱা এজনী ছোৱালীৰ প্রেমৰ স্মৃতি লৈয়ে জীৱনটোক বেদনাতুৰ্ কৰি তোলে? প্ৰেমেইতো জীৱন নহয়। এক অতীত প্ৰেমৰ স্ুণীত কৰ্ম্মময় জীৱনৰ ওচৰত যেন একেবাৰে মূল্যহীন । ই যেন এনিশাৰ এটি ক্ষম্ভেকীয়| সপোন মাত্র |
যি অতীত, সি মৃত | বাস্তৱ ক্ষেত্ৰত যাৰ অত্তিত্ব নাই তাক কল্পনাৰে সাবটি লৈ তাৰ কাবণে প্রাণৰ শক্তি খৰচ