সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৮০ ব্যথাৰ স্থৰ

সম্পূৰ্ণমতে ধ্বংস হোৱা নাই | সমাজব বুকুব ওপৰত এতিয়াও অন্তায় অত্যাচাৰে ৰাজত্ব কৰি আছে। কোন এক দূৰ অতীতত ate কোনোবা এজন পুৰুষ বা এজনী নাৰীয়ে প্রাণৰ আকুল কামনা দমন কৰিব "নোৱাৰ এটি ভুল কৰিছিল, তাৰ কাৰণে তেওঁলোকৰ বংশধবীবলাকেও চিৰকাললৈ জগৰীয়া হৈ থাকিব নে? থকা উচিত জানো ? কি ন্যায় বা সত্য ইয়াত থাকিব পাবে 1 ভুলেই কি? সমাজে যিটোক ভুল বা পাপ বুলি কয় সি জানে| পাপ? যৌন বৃত্তিৰ জাগৰণ মানুহৰ পক্ষে ভুল বা পাপৰ কথ! নহয় | যৌৱন পীড়িতা বিধবাৰ প্রাণত যদি মাতৃত্বৰ উন্মাদনা জাগি উঠে সি কোনে| অন্যায় বা পাপৰ কথ| নহয় | সেই উন্মাদনাই যাঁদ তাইক বাস্তৱৰ পথলৈ টানি নিয়ে, তেনে- হলে হয়তো Toy সমাজৰ এটি নিয়ম ভঙ্গ কবা তব । কিন্তু প্ৰকৃতিক উপেক্ষা কৰি সামাজিক নিয়ম কাৰ্য্যকৰী হৈ থাকিব নোৱাৰে | নোৱাৰে গতিকেই চলি থকা পুৰণি নিয়মবোৰে আজি মানুহৰ মনপ্রাগ আগুৰি ৰাখিব নোৱাৰা হৈছে ।

কিন্ত মোৰ দোষ কি? মই যদি নিজে কোনে| বিষয়ত জগৰীয়া হলোহেঁতেন, অথবা সভ্য সমাজ্জৰ উপযোগী নহলে ‘হেঁতেন তেনেহলে একো কথা নাছিল । মোব ইমান খিনি জ্ঞান, feat, কৃণষ্টয়েও মোক এই সমাজৰ উপযোগীকৈ তুলিব পৰা নাই নে ? এই সমাজবে একোজঞ্জন নেতাৰ