১৫৮ ব্যথাৰ সুৰ
বিয়াৰ কথা সকলোবোৰ তল পৰি গ'ল 1 শীনজব কথা লৈয়ে অভিভূত হৈ পৰিলে| ৷ স্মৃতকুলীয়া ! সমাজৰ পতিত ! আজি নহয় বা ছুদিনৰ কথা নহয়, Poy nate থাকে মানেই মই পতিত! চিৰ পতিত! শিক্ষা, SPP, এনেকি হাজাৰ বছৰৰ সাধনায়োতে| মোক উদ্ধাৰ কৰিব নোৱাৰিব! যিসকলে ইমান দিনে মোক আদৰ যতন কৰি আহিছে, আজিব পৰাই সিসকলে gt কৰি আতবাই দিব৷ প্রাণৰ মাজত যেন এক অসহ্য যাতনা অনুভৱ কৰিলো | দুখ, বেজাৰ আক বিদ্ৰোহৰ ভারত aarti ভৰি উঠিল ৷ জন্মৰ পৰা গাত এই চাব থাকিলে ই ইমান যন্ত্রনাদায়ক নহ’লহেঁতেন ৷ হীন জাতিবোবেওতো ঘ্বণনীয় হৈ সমাজৰ চুকে কোণে থাকি নিজৰ সুকীয়া অস্তিত্ব ৰক্ষা কৰি আহিছে । কিন্ত মোৰ কথা স্বুকীয়া। সমাজত এক বিশিষ্ট ঠাই আধিকাৰ কৰাৰ পিচত আজি সকলোৱে জানলে যে মই দ্বণনীয় স্ত-পুত্র, সমাজৰ পতিত | উঃ! এই চিন্তা অসহ্য হৈ উঠিল | তীব্ৰ অপমানৰ জ্বালাত ভিতৰ ডোখব জ্বীলৰ ধৰিলে ' যতীনক বিদায় দি কোনোমতে ভিতৰলৈ আঁ বিছনাৰ আশ্রয় ললে।। সি কিন্তু মোৰ মনৰ অৱস্থা নুবুজাকৈ নাথাকিল। যাওঁতে মাত্র কৈ গ’ল, ‘সেইবোৰ একো নাভাবিবা দেই ৷ আজিৰ দিনত ইবোৰ মূলাহীন কথা ।”
সুতকুলীয়া--এই কথাযাৰ বাৰে বাৰে মনত পৰে ৷ অন্তৰত Te যে এক যাতনা অনুভৱ কৰে তাক ভাষাৰে