সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্থৰ ৯৫৫

মোৰ অনুৰোধত যতীন তলমুৱা হৈ কিছুপৰ মনে মনে থাকিল | পিছত ঘি কবলৈ ধাঁৰলে, “কিনো জানিবা ? আমাৰ এই বর্তমান সমাজখন বৰ্‌ লেতেৰ| হৈছে | ইয়াৰ আমূল পৰিবৰ্ত্তন কৰিব নোরাৰলে বোধকৰেঁ| আমাৰ উন্নতি সাধন কৰা সহজ নতয়।”

তাৰ পাতনি শুনি মোৰ মনটো অধৈৰ্য্য হৈ উঠিল ৷ কিবা এটা সন্দেহে মনত পীড়া দিব ধৰিলে ৷ গহীন ভাৱে কলে, “বাৰু সেইবোৰ যি হব, হবাদিয়া | এতিয়া তুমি আচল কথাটো কোৱা । মোৰ সম্বন্ধে যদি কিনা বেয়া বা অপমান জনক কথাও শুনিব লগা হওঁ, তথাপি eta কবলৈ সঙ্কোচ নকৰিবা| ৷ মোৰ বিষয়ে Ta কথা প্রকাশ্য ভাৱে জনাজাত হয় সি কথা মই নিজে জন| নিতান্ত উচিত। তোমাৰ পৰাই আচল কথাটে| জানিব পাৰিম ৷”

যতীনৰ মুখত বিষাদৰ G1! সি ধীৰভাৱে কৈ গ'ল «আমি বহুত কেইজনেই তেখেতক মত সলাবলৈ অনুৰোধ কৰিলে! । বিশেষকৈ তোমাৰ বিদ্যা বুদ্ধি, ছোৱালীৰ মাকৰ মতামত ইত্যাদি শীবষয়ত জোৰদি তেখেতৰ মন ঘুৰাবৰ চেষ্ট। কৰিলে | Pee একোতে কাম নহ’ল | তেখেতৰ : এটি কথা, কোনেমতে হব নোৱাৰে |” সেই একেটি কথ। বাৰে বাৰে শুনি বেজাৰ লগাত আমাৰ ববীনে হঠাতে কৈ উঠিল, “তেনেইলে আপুনি টকাৰ লগতহে ছোৱালীৰ ৰিয়| পাতিবৰ মন কৰিছে |”