সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টা ব্যথাৰ স্মৰ ১৪৯ বসন্ত বতাহেও বোধকৰে| সিহঁতৰ প্ৰাণত উন্মাদন| জগাব নোৱাৰে ৷ বাঁচি থকালৈয়ে যাৰ সমস্যা তাৰো প্রেম, তাৰো জীৱনৰ সাৰ্থকতা ! শীসহতৰ gages কথাবোৰ ভাবি নজৰ, atta বেদনা তুলিবৰ চেষ্ট৷ কর্বো, কিন্তু চেষ্টা ব্যর্থ হয়। বাৰে বাৰে প্রাণে যেন কান্দি কান্দ কয়, নীলিমা বিহীনে মোৰ জীৱনৰ কাম নাই । আজিহে তাই মোৰ পৰা আচলতে Hela যাব । সেইবাবে মোৰ অন্তৰৰ ব্যথা আজি মূর্ত হৈ উঠিছে। কোঁতয়া যে চাইকেলত উঠি ঘববফালে আহি আছে| কবই নোৱাৰে| ৷ হঠাৎ গম পালো মই চলিয়ে আছে৷৷ শনজব অৱস্থাত Pare হাহো। ই শীকন্ত আনন্দৰ HPs নহয়। হতাশতো৷ মানুহে যে হাহে এই প্রথম গম পালেঁ।। নিজেই যেন নিজৰ দ্রষ্টা হৈছো। নিজক ফঁহি- ate চাবৰ চেষ্টা কৰে, কিন্তু খেলিমেলি লাগি যায়। বাণীহৰত দৰিদ্ৰতা, অন্তবতো দাঁবদ্রতা ! এই পৃথিবীখনত নো ন্যায় বিচাৰ নাই নে? সকলোৰে পেটৰ আক প্রাণৰ ক্ষুধা যাতে শীমটে সমাজখননে| তেনেকৈ গাঁ gra নোরাশীৰ নে? ঘৰ পাওঁতে অলপ ৰাতি হ'ল । আকৌ “ব্যা”ৰ শব্দ কাণত পাঁৰল। এই শব্দবোৰে আনদিনা ভাপ লগালেও aire যেন মোৰ প্রাপক কন্দুৱায় হে। কিন্তু অকল মোক Grace! প্রথবীখন নহয়, ভার্বো। মোৰ ভাল লগা নল-