১৪৬ ৰ্যথাৰ wz
অহা কালৰ পার্থক্য বহুতখিনি হবগৈ। আমিও মানুহ৷ আন দেশত মানুহে যিবোৰ কাম কৰিছে বা! কৰিব পাৰে, আমাৰ দেশতো সেইবোৰ কাম কৰা অসম্ভৱ নহয়। নিজৰ বা জাতিব উন্নীতৰ আকাঙ্ষা আমাৰ সকলোবে হ্বদয়ত MME) কালৰ কুটিল গতিত কালি যি আশা আকাঙ্ষ। জাগি উঠা নাছিল আজি Pa প্রাণৰ মাজত tas হৈ উঠিছে। কাইলৈ হয়তো হব ইয়াৰ পূৰ্ণ বিকাশ | বিশ্ব মানৱতাৰ ধ্বনি আজি আমাবো আন্তবত বাজি উঠিছে । আমাৰ তলত পাঁৰ থকাবোবক আজি আক আমি আওকাণ বা অবজ্ঞা কৰব নোৱাৰে।। মানুহৰ বাঁচি থকাৰ অধিকাৰ আজি আমি সিহঁতক দিবই লাগিব ৷ আনি নিজেও লব লাগিব।
এই বিষয়ে আমাৰ কৰ্ম্মণসকলৰ মাজত প্রায় সকলোৰে একমত। ছুপবীয়া প্রায় এবজাত নগনীয়াবোৰক খাবলৈ দিয়া হ'ল ৷ সামান্য দালি ভাত আৰু এখন মাছৰ তৰকাৰী ৷ Tema eter cx সিহঁতে খালে দেখি বৰ সন্তোষ লাগিল। বিপদত সহায় কৰাত আৰু অন্নহীনক অন্ন দিয়াত এক পৱিত্ৰ আনন্দ, এক পৰম তৃপ্ত পোৱ| যায়। ইয়াকেই স্বৰ্গশয় আনন্দ বলি কব পাৰি। এনে এক তৃপ্তিৰ প্ৰেৰণ৷- তেই বোধকবে" মানুহে নিস্বাৰ্থভাৱে দান কৰিব পাবে।
- মগনীয়াবোবৰ অৱস্থা ভালকৈ চাই ললে।--সিহঁতৰ দেহৰ অৱস্থা, সিহঁতৰ পন্ধা-উৰা কাপোৰ ৷ সিহঁতৰ গাৰ