সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০ ব্যথাৰ স্থৰ

সহ কৰিব নোৱাৰে | আজিৰ যুগত অকল বিদ্যায়ে ধন আন দিব নোৱাৰে | তেখেতৰ যুক্তিৰ মূল্য মই নুবুঙ্| নহয়, কিন্ত তথাপি মোৰ প্রাণে যুক্তিলৈয়ে সন্তুষ্ট থাকিব নোৱাৰে | পৃথিবীত যুক্তিতর্কৰ বাহিৰেও বহু কথা আছে। আৰু মোৰ বর্তমানেই মোৰ ভবিষ্যৎ নহয় | হিয়ে হ’ক, আনৰ মুখৰ পৰাহে এইবোৰ কথা শুনিব পাইছে! ৷ প্রায় ছমাহমান আগতে আমাৰ পক্ষৰ মানুহে যেতিয়| তেখেতৰ পৰা এটি সমীধান বিচাৰিছিল, তেতিয়া তেখেতে, “বাৰু ভাবি চাওঁ, অলপতে জানিব পাৰিব” এই খিনি কথাৰ বাহিৰে আৰু একো catal নাছিল | তাৰে তিনিমাহৰ মূৰত আন ঠাইত দীবয়াৰ বন্দোবস্ত হোৱাৰ কথা যোতিয়া গুনিবলৈ পালে৷, তেতিয়াই মই মনত প্রথম আঘাত পাওঁ | তেতিয়াৰ পৰাই তেওঁলোকৰ প্রতি মোৰ মন বিৰূপ হৈ উঠে । মই মোৰ faq অবস্থা আক নীলিৰ পিতাকৰ কথা আৰু আচবণবোব ফহিয়াই চাওঁ | তেখেতৰ কথাত কিছু যুক্তি থাকিলেও মোৰ প্রতি তেখেতৰ সম্পূণ আগ্ৰহ শূন্যতাত মই প্রাণত ব্যথা অনুভৱ কৰে৷ । দৰিদ্ৰতাৰ বাহিৰে মই fee মোৰ এনে কোনো দোষ বিচাৰি নাপাওঁ যাৰ পৰাই মই তেখেতৰ ছোৱালীৰ বাবে অনুপযুক্ত হব | পাৰে৷ ৷ দবিদ্রতা প্রথিবীত ইমানে দুণনীয় নে? মই ৷ ভাবোঁ ৷ ব্যথাৰ তীব্রতা কিছু শামকাটি যোৱাৰ লগে লগে... এক সঙ্কল্প মনত জাগি উঠে। Tr দবিদ্রতা পৃীথবীত