ব্যথাৰ স্থৰ ১৩৫
উত্তেজিত হৈ উঠে ৷ অন্তবত শুন্যতাৰ বেদনা আৰু বাহিৰত অনশন ক্লিষ্ট নব-নাবীব জীর্ণ কঙ্কাল |
ইমানদিনে নীশীলমাই মোৰ অন্তবখন আগুৰি আছিল। নিজব দ্ন্যৰ মাজোতো পাইছিলো! এক তৃপ্তি, কল্পন| কৰি- ছিলে! এক মধুৰ ভবিষ্যৎ । আজি মোৰ কল্পনাৰ সমাধি, আশাৰ অন্তেষ্রিক্রিয়া |
নীলিমাব গাত একো দোষ নাই ৷ তাই যে অসমীয়া ছোৱালী ভাষাহীন পাষাণ প্রতিমা ! তাইৰ প্রাণ আছে, ভার আছে, কথা আছে, আপন্তিও আছে, নাই মাত্র প্রকাশ কৰিব্ৰ আধিকাৰ । তাই যেন যজ্ঞৰ বলি ! সহজ আপত্তি থাকলেও অপ্রকাশৰ বেদনা লৈয়ে তাই কৰিব লাগে আত্ম- সমর্পন । তাইৰ মন, তাইৰ অন্তৰ যেন মূল্যহীন পদার্থ । নিজৰ চবজীরনৰ সঙ্গী ai গৰাকীৰ বিষয়ে এটি ae তাইৰ জানিবৰ অধিকাৰ নাই, এনেকি জীৱন-সঙ্গীক এবাৰ চাই লবৰ স্মুবিধাও হয়তে| তাইৰ fafa) তাইৰ নিজৰ কিন্তু বিনা পৰণক্ষাই Cala নাই | যি সমাজত নবী ইমান পৰাধীন| সেই সমাজত APaata দোষ কি? তাইৰ ভাষা কত? তাইৰ atta ৰুদ্ধ বেদনাৰ কথা ভাব মনটো বেয়া লাগি উঠে 1
কিন্তু মই জানো তাইক বুজিব পাৰিছোঁ ! মোৰ প্রতি তাইৰ যিটে৷ আকর্ষণ সি জানো আচলতে প্ৰেম ? তাত জানে| গভীৰত৷ আছে ? কেতিয়াবা মনত সন্দেহ ওপজে |