সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্ব ১২৭

গাড়ী বহুদূৰ পালে গৈ ৷ অনুৰ মুখখনি আৰু মনিব নোৱাৰ| হৈ আহিছে ৷ তাই তোঁতয়াও মোৰ ফালে চাই আছে ৷ ময়ে| সেইফালে চাই আছো । একোবাৰ অন্তৰ- খন ভাঙি যোরা যেন পাওঁ ৷ গাড়ী গ’ল--মোৰ চকুৰ আঁতৰ হ’ল £ age আঁতব হ’ল। তাইক যেন চিৰদিনৰ কাৰণে হেকৱালে। । এনে ভাৱত প্রাণত কান্দোন উঠিল। চাশবওফালে শূন্য দৌখলো | হিয়াখনো যেন শুন্য ৷ অকল- শৰণীয়া Start ভাবটো লৈ ঘৰলৈ উভতিলে! | খোজৰ ঠিক নাই । মত্লীয়াৰ দৰে গাত যেন তৎ নাই । মনক, সান্তনা দিবৰ একোৱে যুক্তি বিচাৰি নাপাওঁ, মনে একোৱে নামানে ৷ অনুহঁত থকা শুন্য ঘৰ-খন মুখৰ আগত লৈ কেনেকৈ জীৱন কটাম ?--সেই কথাকে ভাবো৷ |

অনুৰ কথা ভাবৌ ৷ তাইৰ ছোৱালীমনত বিচ্ছেদ বেদনা স্থায়ী হৈ থাকিব নে? হয়তো নেথাকে হয়তো কিয়, পীথবীৰ সকলো! বেদনাই কালৰ পৰশত কাঁম আহে | তাৰ তীব্রতা ক্রমে ক্রমে হ্থাস পায়। শৈশৱ কাল বা যৌৱনৰ আদি ছৌৱাব বেদনা হয়তো একেবাৰে নাইকীয়া হৈ যায়। নতুন ঠাইত গৈ তাই নতুন লগৰী, নতুন বন্ধু ীবচাৰি পাব নতুন বস্তু, নতুন ঠায়ে তাইৰ মন আকৃষ্ট কৰিব | আন একো নাপালেও তাইৰ আটাইতকৈ মবমৰ মাকজনীক তাই লগতে পাব । আকৌ তাইৰ সম্মুখত