সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্থৰ ১২৫

পকিয়, আমাৰ তালৈ যেতিয়া যাব তেতিয়া মই চাহ কৰি খুৱাম,” তাই কলে । “মোৰ ইয়াত এয়ে শেষ নহয় জানো ?”

“নহয়তো | যাবৰ আগতে আপোনাৰ চাহ চেনী খৰচ নকৰিম বুলি ভাবিছে নেকি? সি কথা নহব ।” তাই হীহি হাহি কয়। কিন্তু মোৰ মুখৰ ফালে চাওঁতে তাইৰ হীহি এক বিষন্ন ভারত ata হৈ যায়।

আবেলি আটাই কেউজনে ষ্টেচনলৈ ওলালে।। এতিয়াও অনু ওচৰতে আছে। Pay তেওঁলোকৰ শূন্য ঘবটোৰ ফালে চাওঁতেই মনত কিহবাই যেন খুন্দা মাৰি Peal

বাটত অনুব দেউতাকৰ লগতে কথা পাতি গলে৷। মাজে মাজে চিঠি-পত্ৰ দিবলৈ আৰু পূজাৰ বন্ধত এবাৰ cos লোকৰ তালৈ যাবৰ কাৰণে তেখেতে বৰকৈ অনুৰোধ কৰিলে। তেখেতবো মনটো শীবদায় ব্যথাত গধুব হৈ উঠা যেন পালে ।

ষ্টেচন পালেগৈ । শীকছুপবৰ মূৰত গাড়শীও atts পালে। তেওঁলোকক গাড়ীত তুলি দিলে'।। ময়ো গাড়ীৰ ভিতৰতে বহিলেোগৈ। অনুক ওচৰচপাই আনি বাওঁ হাতেৰে সাবটি ধৰিলে।। এৰি দিবৰ মন নোযোৱা হ’ল | মুখত মাত নাই। মাত দিবলৈ গলেই যেন মনৰ গোটেইখিনি সংযম চকুলোরোদ ওলাই নাইকিয়| হৈ যাব এয়ে ভয়। আক ছুই কি তিনি মিনিট পিছতেই মই অনুক এৰি নামি যাব লাগব। তাইৰ মাকে মোৰ অবস্থাটো লক্ষ্য কাৰ আছে। মই এবাৰ তেখেতৰ ফালে চালো । তেখেতৰ