we
ব্যথাৰ সুৰ ১২৩
এনেকৈয়ে’ শীদনবোৰ গ'ল | শশীনবাৰ athe পালে | ‘ভাবোঁ, কাইলৈ মোৰ জীৱনৰ এটা অধ্যায়ৰ অন্ত পৰিব।
গধূলি অনুকলৈ বজাৰলৈ গলে । তাইক কিবাকিবি কিনি দিলো। তাইক যেন আজ মোৰ গনদিবৰ নাই । সুবীধলে?--“আক কিবা লাগিব নে অনু +”
“এটা কলম, আক একো নেলাগে ৷”
“কলম-কেনে কলম ?”
“আপোনৰটোব দৰে” তাই কলে।
এটা ফাউনটেন্ পেন কিনি দিলো । এইবোৰ পোৱাত তাইৰ মনত আনন্দ নধবা হ'ল | মোব কিন্ত দিয়াৰ আনন্দৰ লগত এবিধ ব্যথাও মিহলি হৈ থাকে |
ৰাত তেওঁলোকৰ ঘৰত নিমন্ত্রণ। মোক খাবলৈ দিয়াত aga উৎসাহৰ বাকী, নাই। মই যেন তাইৰহে অতিথি, মাক-বাপেকৰ তাত ভাগ নাই ৷
সেই ভয়লগা দেওবাৰটো MTZ পালে। জীৱনত এনে কত দেওবাৰ আশীহণ্ছিল সেইবোৰক আদাৰ আনিছিলে1। তাৰ স্মুতবোবকো! আজি আদাববৰ মন ata কিন্তু আজিব এই দেওবাৰটোৰ কোনোমতে যেন ওচৰ নাচাপিম। আমাৰ মনৰ ভারবোবেই একোটা Teas স্মৰণীয় কৰ তোলে ।
পুৱাৰ পৰাই অনুব বস্তু বাহাণীনবোৰ «aia দিয়া কামত ব্যস্ত হৈ sel) পুথিৰ মাজৰ পৰা ছিৰি উলিৱ| ছবিকে