সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২২ ব্যথাব সুৰ

তাই অলপ গম্ভীৰ হ'ল cata আঙ্গীলবোৰ পিটিকিবলৈ ধৰি কলে, “আপুনি কিন্ত আমাৰ তালৈ যাবই লাগিব ৷” “তুণীম চিঠি পি মাতিলে যাম, নহলে --- oe ..- 1৮ “মই গৈ পোৱাৰ পিছতে চিঠি দিম” তাই উৎসাহেৰে কলে। “gh মোলৈ মাহেকত দুখনকৈ চিঠি দিব লাগিব, দিবা নে ?” “দিম 1৮ “তুমি বাক মোৰ ইয়ালৈ আক নাহিবা নে 7” “আপুনি মাতিলেই আহিম ৷” একলে কেনেকৈ আহিব| ?” “আপুনি লৈ আহিব গৈ 1

তাইৰ সৰলতাপূণ কথাবোৰ বৰ ভাল লাগে । এনে- Fa ays এৰি মই কেনেকৈ থাকৌ ? কেতিয়াবা এই চিন্তাতে অধীৰ হওঁ ৷ আৰু ভাবোঁ, তাই নো বাক বিচ্ছেদ দুখ মোৰ দৰে এনেকৈ অনুভৱ কাঁবব নে? হয়তো নকৰিব, কিন্তু তাইৰে৷ দী'নশ্চয় বেয়া নলগাকৈ নেথাকে। তাইৰ বয়সৰ লৰা-ছোৱালীয়ে বোধকৰে। এনেকৈ অনুভৱ নকৰে | সিহঁতে যাক আটাইতকৈ অধিক ভালপায়--সেই মাক বাপেক যদি লগতে থাকে তেনেহলে ীসইতৰ বিচ্ছেদ দুখ হয়তো সিমান afys নহয়। কিয়নো, তেনে ক্ষেত্ৰত শীসইতব প্রাণৰ অভাৱ সিমান eta হৈ নুঠে। উদাস প্রাণৰ যুৱক-যুৱতীৰ কথা YHA! এনেবোৰ ভারত মোৰ মনটো আৰু বেচি বেয়া লাগে ৷