সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২০ ব্যথাৰ স্তৰ

এঘাৰ বছৰীয়া অনুৰ প্রতি faci মৰম তাত অকল বাৎসল্য বস বা ভগ্নী প্ৰেমেই আছে নে ? আন কিবা থাকিলেও তাৰ কোনো! স্ুম্পষ্ট আভাস ফুটি ওলোৱা নাই। এনেয়ে ভাল লাগে তাইক। তাইৰ হাহি, তাইব মাত, তাইৰ মুখ চুপতি আটাইবোৰে বৰ ভাল লাগে। আজি কিন্তু তাইৰ বিচ্ছেদৰ চিন্তাত প্রাণত বেদনা ওপজে, আক সেই বেদনাৰ মাজত বিচাৰি পাওঁ এক নতুন অভাৱ। আজি অকল aya বিবহেই সমস্যা নহয়, সমস্যা যেন আৰু আছে।

অনুব চিন্তাই মনটোক অস্থিৰ কৰি তোলে। কাছাবীতো সেই চিন্তা, ঘৰতো সেই চিন্তা । বিছনাত বাগৰি বাগৰি তাইৰ কথাকে ভাবে৷৷ যোৱ| দিনবোৰৰ গাত তাইৰ যিবোৰ স্মৃতি ৰৈ গৈছে সেইবোৰ বৰকৈ মনত পৰে। তাই থাকৌতেই অৱস্থা এনে, আৰু তাই গলে যে কি হব ভাবিয়ে অন্ত নাপাওঁ। কেতিয়াবা নিজৰ ওপবতে খং উঠে । ইমান ভার প্রৱণ হলে কেনেকৈ চলিব ?

সিদিন| আবেলি প্রায় পাঁচ বাজিছে | অনুৱে ভালকৈ পিন্ধি উৰি দেখ| দিলেহি ।

‘এতিয়াই ফুৰিবলৈ ওলাল| নে? আজি দেখোন aga সাজ!” মই সুধিলৌ।

“হলেই বা নতুন, আপোনাৰ লগত ফুৰিবলৈ নাযাওঁ,” তাই কৈ উঠে।

  • আকৌ কিবা জগৰ লাগিল নে?”