সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯১৮ ব্যথাৰ স্মৰ

“নহয়, দেউতা তালৈ বদলি হৈছে । কালি ৰাতি দেউতাই কৈছে, অহা দেওবাৰে আমি ইয়াৰ পৰা যাবই লাগিব 1৮ মোৰ মনটো কিবা হৈ গ'ল । “তুমিও যাব| নে ?’’ তাইক সুধিলে৷ ৷ তাই মোৰ মুখৰ ফালে চাই হীহি কলে, “আপুনিও আমাৰ লগত যাব লাগিব ৷”

মই একে| নেমাতিলো ৷ যেন মাতিব নোৱাৰ| হলে৷। মনত হুখ নে কি একে৷ নুবুজিলে", কিন্তু আক ফুৰিবলৈ ভাল নালাগল। কিবাকি৷ব দুই এবিধ বস্তু কিনি সোনকালে ঘবলৈ উভাতলে৷ ৷

আবেলি জানিলে বদলি হোৱা কথা সঁচা। ইয়াত আক aya ফাকি নাই ৷

সিদিনাৰ পৰা মনত বিষাদ, প্রাণত অশান্তি । কোন প্রাণে অনুক চিৰদিনলৈ Pavia শীদম এই কথাকেই era | ছবছৰ আগৰ কথা মনত পৰে। অকলশৰীয়া জীৱনতো তোঁতয়া Pay সাম্বনা আছিল। তাৰ পিছত শূন্য প্রাণত অনুৱে আহি ঠাই ললে। তাই নিজে আহি ঠাই বিচাৰি লোৱা aa কব নোৱাৰি। আচলতে ময়ে তাইক মোৰ অন্তৰৰ মাজলৈ বৰণ ক'ৰি আনিছিলে।। মৰম বা চেনেহৰ কাৰণে Att যে এটা ইমান ডাঙৰ হাবিলাষ আছে, এই কথা আগতে বুজা নাছিলৌ। এতিয়া প্রাণত এই gym জগাই অন্ন মোৰ পৰা আতৰি খাব সিও দুদিনৰ কাৰণে নহয়, হয়তো 1চৰদিনলৈ। xe আকাজ্ষাবোৰ লৈ আগেয়ে