ব্যথাৰ As ১১৭
“নেলাগে আৰু, পিয়লাবোৰ ধোৱা হৈছে, চাহ বাকিলেই va) আপুনি বহকগৈ ।” এইবুলি তাই পিয়লাত গাখীৰ চেনী দিয়াৰ পবা চাহ নি দিয়ালৈকে গোটেইখিনি কাম একান্ত মনেৰে নীবৱে কীৰ গ’ল।
মই চায়ে আছো । অন্থজনীৰ কামকৰা চাই থাকিব ভাল লাগে ৷ ছুই এববছৰৰ মূৰত হয়তো এনেকৈয়ে তাই কাৰবাৰ ঘব শুৱান কীবব গৈ ৷ তাত গৈ চাহ কৰিব, হয়তো ভাতে! ৰান্ধিব, আক ৰং মনেৰে গৃহস্থালিৰ কাম- বোৰ eee জ্ঞানত কবি যাব ৷ তেতিয়াও মোব দৰে হয়তে| অইন কোনোবাই হেপাহ পলুৱাই তাইৰ কামবোৰ চাই থাকব ৷ অনুৰ জীৱনৰ ভবিষ্যতৰ কথা ভাবো ৷
“চাহ হৈছে, ব’লক” এই বুলি তাই চাহ দুই পিয়লা লৈ ওলাই afer | ময়ে| আহিলো | মনত আকৌ সেই দেওবাৰৰ কথাটো৷ এই সামান্য কথাটিৰ বিষয়ে সু ধব পবা নাই । এক নিষ্ঠুৰ বাস্তৱৰ আশঙ্ধাত মনত ভয় ৷
বজাৰলৈ যাওঁতে বাটত অনুক le পেলালে", “দেওবাৰে যোৱাৰ কথা কি কৈছিল৷, অনু ?”
“হয় দেওবাৰে আমি যাম I”
“কলৈ যাবা ?”
“্ধবুৰীলৈ 1”
“ফুৰিব নে 1”