সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ BW: ১১৩

পবা আঁতৰলৈ, হয়তে| চিৰদিনৰ বাবে গুচি যাব৷ তেতিয়া? তেতিয়াৰ--সেই অনাগত দিনৰ বিচ্ছেদৰ কথা মই ভাবিব নোৱাৰা হওঁ ৷

আমাৰ অভিমান বেচিদিন নাথাকে| কেতিয়াবা এটি অর্থপূর্ণ হাহি অধ্ব৷ কেতিয়াব| এবাৰ মাততে আমাৰ পুনৰ্শ্বিলন ঘটে ৷ বৰ ভাল লাগে অনুজনীৰ আদৰ আক অত্যাচাৰ। এনেকৈয়ে তাইৰ লগত মোৰ বন্ধুত্ব গভীৰ হৈ উঠে ৷ তাইক কেন্দ্র কৰিয়ে জীৱনৰ মধুৰতাৰ সোৱাদ আহৰণ কৰে | জীৱনটো ভাল লাগে ৷ ঈশ্ববব স্থষ্টি বৰ বিনন্দীয়া যেন বোধ হয়। তেওঁক ধন্যবাদ দিও । এনে এটি জীৱনৰ সোৱাদ লবৰ faa দিয়া বাবে তেওঁৰ ওপৰত কুত্জ্ঞতা জনাওঁ । বীচি থকাও কম লাভৰ নহয়। বাঁচি থাকিবৰ সুবিধা পালেহে জীৱনৰ আনন্দ লাভৰ স্থুযোগ মিলে ৷ গতিকে বাচিবৰ sgfax| শীদয়া বাবেই ঈশ্ববটোক মাজে মাজে বৰ ভাল লাগে। এতিয়া আক মোৰ আজৰি নাই | প্রাণৰ শুন্যতাবোৰ যেন নাইকীয়। হৈছে । অতীতক পাহৰি যাওঁ, ভবিষ্যতৰ কথা ভাবিবৰ ইচ্ছা নাযায়, বর্তমানলৈয়ে মই মগ্ন হৈ থাকোঁ৷ |

এদিনাখন শনিবাৰ | অনু ৰাতিপুৱা মোৰ ওচৰলৈ অহা নাই । ময়ে। নেমাতিলে। ৷ অলপ গা অসুখ হোৱ| বাবে কাছাৰীলৈ নগলে1 । yon বজাত অনু স্কুললৈ গ’ল। যাওঁতে মোৰ ফালে এবাৰ কৰুণ দৃষ্টিৰে চালে | মুখত Be নাই । মই একো! নুঝুজিলৌ ৷ প্রায় এটামান বঞ্জাত