সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্থৰ ৯১৯

শূন্যত! আছে তাৰ যেন অর্থ এতিয়া বিচাৰি পাওঁ। সেই শূন্যতা আন এটি প্রাণৰ পৰশত পুবাবলৈ বৰকৈ হেপাহ adi) জীৱনৰ এই নতুন অভিজ্ঞতাবোৰ ভাল লাগে । অনু লগতেই মোৰ বন্ধুত্ব গঢ়ি উঠিল ভালকৈ। সেই ক্ষুদ্ৰ হিয়াখনি এনে মনোৰম ! সেই চিবচঞ্চল অনুজনী ইমান সুন্দৰ ! তায়! বিচাৰে খেলিবলৈ এজন লগ, আক তাইৰ ক্ষুদ্ৰ হিয়াৰ ভাল am নিবর্থক কথাবোৰ শুনাবলৈ এজন বন্ধু। তাইবো প্রাণৰ কথা আছে । তাইৰ সীজৰ কথা, তাইৰ পুথি আক ছবিৰ কথা: তাইৰ Bel ধন STAT আকু স্কুলীয়া লগবীবোবৰ কথা, আৰু ঘবব কত Fal কোন Pant কি Pah, কি মাছ ইত্যাদি কত কথা যে তাইব কর লগীয়া থাকে তাৰ অন্ত নাই। এইবোৰ কথা তাই মাক বাপেকৰ আগত কৈ তৃত্তি নাপায়। নিজৰ কথাবোৰ কবলৈ লাগে এজন সমনীয়া লগ বা বন্ধু। কিন্তু ওচৰত তেনে বন্ধু পাবলৈ নাই। তাইব অভাৱ, তাইৰ নিঃসঙ্গ প্রাণৰ বিষন্নতা মই অনুভৱ wat! কিন্তু তাইৰ মন পাব খুজিলে কিবা উপায়েৰে মই আমাব ভিতৰব বয়সৰ তাৰতম্যখিনি গুচাব লাগিব! মই হব লাগব তাইৰ দৰে সক, দেহ বা বয়সেৰে নহলেও অন্ততঃ পক্ষে মনেৰে । মোক লাগিব তাইৰ দৰে এটি শিশুমন। তাইৰ আশা, আকাঙ্ক্৷, তাইৰ প্রাণৰ ভাষা মোৰ মাজেদিয়ে প্রকাশ পাব লাগিব। তাইৰ লগত মই শীমীলগলেণ। steal যেন মোক পাই মতলীয়া হৈ উঠিল। তাইৰ পুীথ, তাইৰ চোলা, কাপোৰ,